• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

আধাৰ কাৰ্ড সম্পৰ্কত মেঘালয় পিপ’লচ কমিটিৰ গুৰুত্বপূৰ্ণ আহবান

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , December 24, 2017 3:15 pm

2 min read

আধাৰ কাৰ্ড সম্পৰ্কত মেঘালয় পিপ’লচ কমিটিৰ গুৰুত্বপূৰ্ণ আহবান
90
VIEWS
Share on FacebookShare on Twitter

‘আধাৰ’ক লৈ গঠিত মেঘালয় পিপ’লচ কমিটিয়ে  যিসকল লোকে ইতিমধ্যে আধাৰত নিজৰ নাম অন্তৰ্ভুক্তি কৰাৰ পিছতো নামাকৰণৰ পৰা বাদ পৰি গৈছে তেওঁলোকক উচ্চতম ন্যায়ালয়ত ব্যক্তিগতভাৱে আবেদন জনাবলৈ আহবান জনাইছে।

শণিবাৰে কমিটিখনৰ সদস্যসকলৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে অহা বছৰ ১৭ জানুবাৰীৰ পৰা উচ্চতম ন্যায়ালয়ৰ ৫ জন বিচাৰপতিৰে গঠিত এক সংবিধানিক পীঠে আধাৰৰ বিৰুদ্ধে থকা প্ৰায় ২৮ খন এজাহাৰৰ শুনানি আৰম্ভ কৰিব।

‘যিকোনো ধৰণৰ কৰ্তৃপক্ষই, সেয়া লাগিলে চৰকাৰি দপ্তৰ/ প্ৰতিষ্ঠান, বেংক আৰু অন্যান্য প্ৰতিষ্ঠান যিয়েই নহওক, যদিহে আপোনালোকক কোনোধৰনৰ জবৰদস্তি, ধমকি বা নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণে শাস্তিমুলক ব্যৱস্থা লোৱা হ’ব বুলি ভাবুকি প্ৰদান কৰে তেন্তে আপোনালোকে উচ্চতম ন্যায়লয়ত ৫ খন এজাহাৰ দাখিল কৰিব পাৰিব।’

বিবৃতিটোত এই বুলিও কোৱা হৈছে যে যদিহে কোনো লোকক আধাৰ কাৰ্ড নথকাৰ কাৰণে তেওঁলোকক স্কুল-কলেজত নামভৰ্তি, পি এইচ ডি, স্কলাৰশ্বিপ আদি দিয়া নহ’ব বুলি  ভাবুকি দিয়া হৈছে তেন্তে তেওঁলোকেও একেধৰণৰ এজাহাৰ দাখিল কৰা উচিত।

আনহাতে যিসকল অৱসৰপ্ৰাপ্ত ব্যক্তিক আধাৰত নাম অন্তৰ্ভুক্ত নকৰিলে পেঞ্চনৰ পৰা বঞ্চিত কৰা হ’ব বুলি ভাবুকি দিয়া হৈছিল বা পেঞ্চনৰ পৰা বঞ্চিত কৰা হৈছিল তেনে লোকসকলেও এজাহাৰ দাখিল কৰিব পাৰে।

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে আধাৰ কাৰ্ডৰ সৈতে বেংকৰ একাউণ্ট, মোবাইল নম্বৰৰ লগতে ১০০টা মান চৰকাৰী আঁচনিৰ সংযোগ কৰাৰ সময়সীমা ৩১ মাৰ্চ ২০১৮ লৈকে বৃদ্ধি কৰিছিল।

Recent News

Dibrugarh-University-570x320

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম : উচ্চ স্তৰীয় তদন্ত কমিটি গঠন ৰাজ্যপাল জগদীশ মুখীৰ

ম্যানমাৰ : ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক

ম্যানমাৰ : ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক

624827-army-afp-050517-750x375

নিৰ্বাচনৰ পূৰ্বে AFSPAৰ অধীনত অসমক পুনৰ ‘অশান্ত অঞ্চল’ৰূপে ঘোষণা চৰকাৰৰ

অপেক্ষাৰ অন্ত! দীৰ্ঘ সময়ৰ অন্তত একেলগে চলমান-শ্বাহৰুখৰ চিনেমা

অপেক্ষাৰ অন্ত! দীৰ্ঘ সময়ৰ অন্তত একেলগে চলমান-শ্বাহৰুখৰ চিনেমা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd