• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আন্তঃজিলা টাইকোৱানডোৰ বাবে ঘোষণা নলবাৰীৰ ২৫ জনীয়া দল

NE NOW NEWS এন ই নাও নিউজ
নলবাৰী , July 24, 2018 10:33 am

1 min read

taekwondo-font-vector-14094458

প্ৰতিনিধিত্বমূলক চিত্ৰ

92
VIEWS
Share on FacebookShare on Twitter

অহা ২৬ জুলাইৰ পৰা ডিব্ৰুগড় চহৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৩৫সংখ্যক সদৌ অসম আন্তঃজিলা টাইকোৱানডো প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে সোমবাৰে নলবাৰী জিলা টাইকোৱানডো সন্থাই জিলাখনৰ ২৫ জনীয়া খেলুৱৈৰ দলটো ঘোষণা কৰে।

সোমবাৰে নলবাৰী চহৰস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানৰ যোগেদি সন্থাৰ অন্তৰ্গত খেলুৱৈসকলক শুভেচ্ছাও প্ৰদান কৰা হয়।

ইয়াৰ উপৰি ২৫ জনীয়া খেলুৱৈৰ দলটোৰ আটাইকেইজন সদস্যকে নলবাৰীস্থিত টি ভি এছ কৃষ্ণা মটৰ্ছৰ তৰফৰ পৰা দিপালী ডেকা বৰ্মনে একোটাকৈ টি-ছাৰ্ট প্ৰদান কৰে।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ বাবে নলবাৰী দলৰ পৰিচালকৰূপে প্ৰণৱ তালুকদাৰ, ৰাজকুমাৰ শৰ্মাৰ লগতে কমল ছুৱাৰিক দায়িত্ব অৰ্পণ কৰা হৈছে বুলি টাইকোৱানডো সন্থাৰ সাধাৰণ সম্পাদক দিগন্ত বৰ্মনে জানিবলৈ দিয়ে।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd