• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত বিজয়ী দলক সম্বৰ্ধনা মণিপুৰ বিশ্ববিদ্যালয়ৰ

NE NOW NEWS সভাপতি চামম
ইম্ফল , February 7, 2018 8:10 pm

1 min read

Manipur University Cultural Team
57
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৩৩ সংখ্যক পূব মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰা ‘মণিপুৰ বিশ্ববিদ্যালয় সাংস্কৃতিক দল’ক বুধবাৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক আদ্য প্ৰসাদ পাণ্ডে আৰু ছাত্ৰ কল্যানৰ অধ্যক্ষ অধ্যাপক খ থ’মবা ক্ৰমে মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

উক্ত মহোৎসৱটোত মণিপুৰ বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছিল। মণিপুৰ বিশ্ববিদ্যালয় সাংস্কৃতিক দলে নৃত্যত বিজয়ী হোৱাৰ উপৰি সাংস্কৃতিক শোভাযাত্ৰাত দ্বিতীয়, চাৰু কলাত দ্বিতীয় ৰানাৰ্চ আপ আৰু যুৱ মহোৎসৱটোৰ তৃতীয় ৰানাৰ্চ আপৰ সন্মান অৰ্জন কৰে।

সম্বৰ্ধনা অনুষ্ঠানটোক সম্বোধন কৰি  উপাচাৰ্য প্ৰসাদে কয়, ‘সকলো ক্ষেত্ৰতে সন্মান তথা সাফল্য আনিবলৈ সক্ষম হোৱা শিক্ষানুষ্ঠানৰ অধ্যক্ষ হিচাপে গৌৰৱ অনুভৱ কৰিছে। এয়া মোৰ লগতে বিশ্ববিদ্যালয়খনৰ বাবেই এটি ডাঙৰ মূহুৰ্ত।’

সম্বৰ্ধনা অনুষ্ঠানত মণিপুৰ বিশ্ববিদ্যালয়ৰ প্ৰকট্যাৰ সুমিত্ৰা ফানজাউবাম, জন সংযোগ বিষয়া গণেশ ছেথিকে ধৰি সকলো বিলাক দলৰ সদস্য, দল পৰিচালক আৰু অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

Recent News

WhatsApp Image 2021-01-28 at 3.47.13 PM

মৰিগাঁৱৰ জালুগুটিত একেদিনাই দুজনকৈ শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

a who

ব্ৰিটেইনত ধৰা পৰা কোভিডৰ নতুন ষ্ট্ৰেইন বিয়পি পৰিছে ৭০ খন দেশলৈ:বিশ্ব স্বাস্থ্য সংস্থা

pamela Anderson married to her bodyguard

এইবাৰ নিজৰ বডিগাৰ্ডকে বিয়া পাতিলে হলীউদৰ জনপ্ৰিয় অভিনেত্ৰী পামেলা এণ্ডাৰছনে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd