• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডোত স্বৰ্ণ পদকেৰে উজলিল জাঁঁজী ফুলপানীছিগাৰ জয়শ্ৰী চেতিয়া

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , June 1, 2018 9:10 pm

1 min read

জয়শ্ৰী
86
VIEWS
Share on FacebookShare on Twitter

যোৱা ২২ মে’ৰ পৰা ২৪ মে’লৈকে নতুন দিল্লীৰ তালকতৰা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ইণ্ডিয়া ইন্টাৰনেশ্বনেল টাইকোৱানডো চেম্পিয়নচিপৰ চাব জুনিয়ৰ শাখাত জয়শ্ৰী চেতিয়াই সোণৰ পদক লাভ কৰি ৰাজ্যৰ লগতে জন্মস্থান শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে আমগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত ফুলপানীছিগা চাৰিঙীয়া গাঁও নিবাসী কৃষক বিচিত্ৰ চেতিয়া আৰু বিনীতা চেতিয়াৰ কন্যা জয়শ্ৰীয়ে প্ৰতিযোগিতাৰ ২০-২২ কেজি শাখাত উজবেকিস্তানৰ প্ৰতিদ্বন্দ্বিক পৰাজিত কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।

প্ৰশিক্ষক দিপু বৰদলৈৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা জয়শ্ৰী চাৰিঙীয়া পুৰণিমেলিয়া কেৰকন নেওগ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী।

উপযুক্ত আৰু আধুনিক সা-সুবিধাৰে অবিহনে কেৱল আত্মবিশ্বাস আৰু মানসিক দৃঢ়তাক মূলধন হিচাপে লৈ  প্ৰতিযোগিতাত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা বিৰল প্ৰতিভাধৰ খেলুৱৈ গৰাকীৰ সাফল্যত গৰ্বিত বৃহত্তৰ ফুলপানীছিগাবাসী ৰাইজ।

আনহাতে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা জয়শ্ৰী নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ আৰু জয়শ্ৰী অধ্যয়নৰত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে বিপুলভাৱে আদৰণি জনায়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd