• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

আপাতানিসকলৰ দ্ৰি উৎসৱ উপলক্ষে জনসাধাৰণলৈ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ শুভেছা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2018 3:02 pm
dree--570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে আপাতানিসকলৰ দ্ৰু উৎসৱ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণ বিশেষকৈ আপাতানিসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

শুভেচ্ছামূলক বাৰ্তাটোত মুখ্য মন্ত্ৰী খাণ্ডুৱে আপাতানিসকলৰ সংস্কৃতিক ৰক্ষণাৱেক্ষণ দিয়াৰ লগতে এই সংস্কৃতি আৰু পৰম্পৰা উঠি অহা প্ৰজন্মৰ মাজলৈ আগবঢ়াই লৈ যোৱাৰ বাবে আপাতানিসকলৰ শলাগ লয়।

Apply Now

এটা সংবাদ বিজ্ঞপ্তিত খাণ্ডুৱে কৈছে, ‘‘মই বিশ্বাস কৰোঁ যে দ্ৰিয়ে ৰাজ্যখনলৈ  সাম্প্ৰদায়িক ঐক্য, শান্তি, পৱিত্ৰতা আৰু প্ৰাচুৰ্য কঢ়িয়াই আনে।’’

খাণ্ডুৱে তেওঁৰ আনুষ্ঠানিক টুইটাৰ একাউণ্টত এই বুলি লিখিছে, ‘‘ মোৰ আপাতানি ভাই-ভনীসকলক দ্ৰি উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপাতানিসকলক তেওঁলোকৰ অদ্বিতীয় সেমেকা ধানখেতি আৰু বহনক্ষম কৃষি কৰ্মৰ বাবে জনা যায়। মই সৰ্বশক্তিমান তামু, হাৰনিয়াং, মেতি আৰু দঞিলৈ প্ৰাৰ্থনা জনাওঁ যাতে  অপৰ্যাপ্ত ফচলেৰে ভৰি পৰে আৰু আহিবলগীয়া নতুন বছৰটো প্ৰাচুৰ্যময় হয়।

অৰুণাচলৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰয়ো দ্ৰি উৎসৱ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে।

ৰাজ্যপালে তেওঁৰ বাৰ্তাটোত কৈছে যে দ্ৰি উৎসৱ হৈছে আপাতানিসকলৰ পৰম্পৰাগত আত্ম-পৰিচয় আৰু এই উৎসৱ আপাতানিসকলে ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰাই গৰ্বেৰে আৰু সচেতনভাৱে সংৰক্ষণ কৰি আহিছে।

তেওঁ আৰু কয় যে স্থানীয় উৎসৱসমূহে পূৰ্ব পুৰুষৰ প্ৰমূল্য আৰু জনগোষ্ঠীয় আত্ম-পৰিচয় ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰা, বিকশিত কৰে আৰু পৰিৱৰ্তনৰ সময়চোৱাত নিজৰ আত্ম পৰিচয় বৰ্তাই ৰখাত সহায় কৰে।

অৰুণাচলৰ উপ মুখ্য মন্ত্ৰী চওনা মেইনেও এই উৎসৱ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জনায়।’

নিজৰ টুইটাৰ একাউণ্টত তেওঁ ‘‘ মোৰ আপাতানি ভাই-ভনীসকলক দ্ৰি উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ‘‘দ্ৰিয়ে ৰাজ্যখনক সাম্প্ৰদায়িক ঐক্য, শান্তি, পৱিত্ৰতা আৰু প্ৰাচুৰ্য কঢ়িয়াই আনে তাকে কামনা কৰিলোঁ।শুভ দ্ৰি উৎসৱ।’’

উল্লেখ্য যে দ্ৰি উৎসৱ হৈছে অৰুণাচলৰ আপাতানি জনগোষ্ঠীয় লোকসকলৰ এটা কৃষিভিত্তিক উৎসৱ।

আপাতানিসকলৰ আটাইতকৈ ডাঙৰ উৎসৱ দ্ৰি বন্ধুত্বপূৰ্ণ আৰু আৱেদনৰ পৰা সংগ্ৰাহিত ধনেৰে উদ্‌যাপন কৰা হয়।

দ্ৰি উৎসৱ ৫জুলাইৰ দিনা পালন কৰা হয়। এই উৎসৱৰ পূৰ্বে ৪ জুলাইৰ নিশা উৎসৱৰ পূৰ্বৰ কিছুমান নিয়ম-নীতি পালন কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd