• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আবিৰৰ ৰঙেৰে একাকাৰ কোকৰাঝাৰৰ আকাশ-বতাহ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , March 2, 2018 12:30 pm

1 min read

আবিৰৰ ৰঙেৰে একাকাৰ কোকৰাঝাৰৰ আকাশ-বতাহ
86
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলাতো ৰঙৰ উৎসৱ ফাঁকুৱা বা হোলী উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে।

জিলাখনৰ প্ৰতিটো প্ৰান্তৰ ৰাইজে দৌল যাত্ৰা আৰু ফাঁকুৱা উপলক্ষে স্বত:স্ফূৰ্তভাৱে ওলাই অহা পৰিলক্ষিত হৈছে। আনহাতে বিভিন্ন জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে আবাল বৃদ্ধ বনিতাই আজিৰ দিনটোত ইজনে সিজনৰ গালে মুখে ৰং সানি আনন্দ প্ৰকাশ কৰাৰ লগতে কনিষ্ঠ সকলে জ্যেষ্ঠ সকলৰ আশিস গ্ৰহণ কৰিছে।

Doউল্লেখ্য যে ৰঙৰ এই উৎসৱক লৈ স্থানীয় লোকসকলৰ মাজত বিশেষকৈ যুৱক-যুৱতী সকলৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা গৈছে।

আনহাতে শিশু সকলে বাটৰ কাষত ৰৈ লগে ভাগে বাটৰুৱাক আবিৰ সানি দিয়া দৃশ্য হৈ পৰিছে যথেষ্ট মনোগ্ৰাহী।

দৈজিৰি দৌল যাত্ৰা মহোৎসৱ সমিতিয়ে তিনিদিনীয়াকৈ পালন কৰা ফাঁকুৱাক লৈ ইতিমধ্যে স্থানীয় ৰাইজৰ মাজত উৎসাহ দেখা পোৱা গৈছে।

তদুপৰি নামঘৰ আদিত সকলোৱে লগে ভাগে সমৱেত হৈ ফাঁকুৱা খেলা আৰু হোলী গীত পৰিৱেশন কৰাটোৱে উৎসৱৰ মাধুৰ্য বহুগুণে বৃদ্ধি কৰিছে। উল্লখ্য যে ফাঁকুৱা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

 

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd