• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

আমি গৌৰৱোজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়িছো: নৰেন্দ্ৰ মোডী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2018 3:48 pm
Science-congress-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে ইম্ফলৰ মণিপুৰ বিশ্ববিদ্যালয়ত ইণ্ডিয়ান চায়েন্স কংগ্ৰেছৰ ১০৫তম অধিৱেশনখন আনুষ্ঠানিকভাৱে মুকলি কৰে।

সমগ্ৰ দেশৰে বিজ্ঞানী আৰু শিক্ষাবিদসকলৰ সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে তেওঁ দৃঢ় বিশ্বাসী যে ‘’আমাৰ বৈজ্ঞানিকসকলৰ উৎসৰ্গিত প্ৰচেষ্টাৰ জৰিয়তে আমি গৌৰৱোজ্বল ভৱিষ্যতৰ দিশে আগবাঢ়িছো।‘’

Apply Now

‘’ভাৰতৰ এক চহকী পৰম্পৰা আছে আৰু আৱিস্কাৰ তথা বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ এক দীঘলীয়া ইতিহাস আছে। এইক্ষেত্ৰত আগশাৰীৰ দেশসমূহৰ মাজত আমাৰ উপযুক্ত স্থান বিচৰাৰ সময় আহিছে। মই বৈজ্ঞানিক সম্প্ৰদায়ক তেওঁলোকৰ গৱেষণা লেবৰটৰীৰ পৰা প্ৰকৃতিৰ মাজলৈ সম্প্ৰসাৰিত কৰিবলৈ আহ্বান জনাইছো,’’-তেওঁ কয়।

মোডীয়ে লগতে কয়, ‘’ আমি ৰাষ্ট্ৰৰ সমৃদ্ধি আৰু বিকাশৰ বাবে গুৰুত্বপূৰ্ণ  প্ৰযুক্তিৰ ৰূপায়নৰ ভৱিষ্যতে সাজু হ’বৰ হ’ল। আমাৰ নাগৰিকসকলৰ বাবে শিক্ষা, স্বাস্থ্যসেৱা আৰু বেংক খণ্ডৰ দৰে সেৱাসমূহত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।‘’

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২২ চনৰ ভিতৰত সৌৰ শক্তিক ব্যাপক ৰূপত প্ৰৱৰ্তন কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। বৰ্তমান বজাৰত প্ৰায় ১৭ ৰপৰা ১৮ শতাংশ সৌৰ সামগ্ৰী পৰ্যাপ্ত পোৱা যায়।

‘’আমাৰ বিজ্ঞানীসকলে অধিক উপযুক্ত সৌৰ সৰঞ্জাম প্ৰস্তুত কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিবনে যিবোৰ আমাৰ ভাৰতত একেই খৰচতে উৎপাদন কৰিব পৰা যায়?’’-প্ৰধানমন্ত্ৰীয়ে সমৱেত সুধীবৃন্দক প্ৰশ্ন কৰে।

মোডীয়ে লগতে ‘প্ৰধান মন্ত্ৰী’ৰ গৱেষণা জলপানি আঁচনি অনুমোদনৰ কথাও ঘোষণা কৰে।

এই আঁচনিৰ জৰিয়তে দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আই আই এছ চি, আই আই টি, এন আই টি, আই আই এছ ই আৰ আৰু আই আই আই টিৰ ‘ব্ৰাইট মাইণ্ড’ শিক্ষাৰ্থীসকলক পি এইচ ডি কৰিবলৈ প্ৰত্যক্ষ প্ৰৱেশৰ সুবিধা দিব।

ইয়াৰ ফলত দেশৰ পৰা ব্ৰেইন ড্ৰেইনৰ সমস্যা ৰোধ হোৱাত সহায়ক হ’ব বুলি নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে।

তেওঁ লগতে কয় যে চৰকাৰে দেশত মুখ্য শক্তি উৎসৰ ভিতৰত অ-জীৱাশ্ম ইন্ধন ভিত্তিক সামৰ্থ্যৰ অংশ ২০৩০ চনৰ ভিতৰত ৪০ শতাংশৰ অধিক কৰাৰ সংকল্প লৈছে।

‘আমি শিশুসকলৰ বাবে প্ৰতিষ্ঠান আৰু গৱেষণা লেবৰটৰী মুকলি কৰিব লাগে’ বুলিও কয় মোদীয়ে।

মোডীয়ে উপস্থিত জনসাধাৰণক উদ্দেশ্যি আৰু কয় যে উত্তৰ-পূবত থকা প্ৰচুৰ পৰিমানৰ বনৌষধিৰ ওপৰত গৱেষণা কৰাত সহায়ক হোৱাৰ বাবে মণিপুৰত এখন এথন’ মেডিচিনেল ৰিচাৰ্ছ চেণ্টাৰো সংস্থাপন কৰা হ’ব।

ইয়াৰ উপৰি উত্তৰ-পূবৰ সাতখন ৰাজ্যত জলাবায়ু পৰিৱৰ্তন কেন্দ্ৰ প্ৰতিষ্ঠা কৰিব বুলি প্ৰধান মন্ত্ৰীয়ে জানিবলৈ দিয়ে।

আনহাতে মণিপুৰত অনুষ্ঠিত হোৱা ইণ্ডিয়ান চায়েন্স কংগ্ৰেছৰ অধিৱেশনখন  দ্বিতীয়বাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত হৈছে।

ইফালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে ৰাজ্যখনৰ ৰাজ্যপাল নাজমা হেপতুল্লাহ, মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ লগতে ৰাজ্যৰ বিভিন্ন চৰকাৰী বিষয়াসকলে উষ্ম আদৰণি জনায়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লুৱাঙপকপা মাল্টি স্পোৰ্টছ কমপ্লেক্সৰো শুভ উদ্বোধন কৰে।

ইয়াৰ উপৰি মোদীয়ে নেশ্যনেল স্পোৰ্টছ য়ুনিভাৰ্ছিটি, অংগনবাড়ী কেন্দ্ৰ, শিক্ষক, চিকিৎসক, নাৰ্ছৰ আৱাসিক কমপ্লেক্সৰ লগতে বহুটো উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব।

ইয়াৰ উপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন জনসভাতো অংশ লোৱা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd