• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাৰ সংবাদ মাধ্যমত চৰ্চিত হৈছে অসমৰ খেতিয়ক মহান বৰাৰ নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2018 2:28 pm
143
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত এইবাৰ উজলি উঠিল এজন অসম সন্তান তথা অসমৰ এজন কৃষক।

উল্লেখযোগ্য যে কৃষিক্ষেত্ৰ আৰু অসমৰ থলুৱা ধানৰ বীজ সংৰক্ষণৰ এক প্ৰশংসনীয় পদক্ষেপৰ জৰিয়তে মার্কিন যুক্তৰাষ্ট্রৰ দুটাকৈ সংবাদ মাধ্যমত চৰ্চিত হৈছে অসম তথা যোৰহাট জিলাৰ ভিতৰুৱা অঞ্চল মেলেং কাঠগাঁৱৰ বাসিন্দা মহান বৰা।

মন কৰিব লগীয়া যে কেলিফর্নিয়াৰ বিশ্বৰ অন্যতম প্রখ্যাত ৰিছম’ণ্ড গ্র’জ ছীড লাইব্রেৰীয়ে প্রকাশ কৰা ‘কুল বীনছ’ নামৰ নিউজলেটাৰত অসমৰ প্রথমজন কৃষক হিচাপে মহান বৰা আৰু তেওঁৰ অন্নপূর্ণা ছীড লণ্ডিং লাইব্রেৰীয়ে স্থান পাইছে।

আনকি প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় নিউজলেটাৰখনে এপ্ৰিল মাহৰ সংখ্যাত অসম সন্তান মহান বৰাৰ এটা সাক্ষাৎকাৰ প্ৰকাশ কৰাৰ লগতে ‘গ্র’বিং কমিউনিটি এডিশ্যন’ শীর্ষক বিশেষ সংখ্যাত বিশ্বৰ আন বহুকেজন বিশেষ ব্যক্তিৰ সৈতে স্থান লাভ কৰিছে।

একেদৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত মুখ্য কাৰ্যালয় থকা আই বি এণ নামৰ উদ্যোগ গোষ্ঠীটোৰ অন্যতম অংশ ‘ৱেডাৰ ডট কম’ নামৰ ৱেবছাইটৱে  ‘ৰাইচ ফিল্ডছ ইন আছাম’ শীর্ষক লেখাটোত মহান বৰাৰ বিষয়ে প্রকাশ কৰিছে।

উল্লেখযোগ্য যে পৈতৃক সম্পত্তি ৰূপে লাভ কৰা মাটিতে মহান বৰাই নিজা প্ৰচেষ্টাৰে ২০১১ চনত আৰম্ভ কৰিছিল ‘অন্নপূর্ণ বীজ সংৰক্ষণ ভঁৰাল’৷ আৰু এই ভঁৰালত মহান বৰাই প্ৰায় ২৫০ বিধ থলুৱা ধানৰ বীজ সংৰক্ষণ কৰিছে।

আশ্বৰ্যজনক কথা যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দুটাকৈ সংবাদ মাধ্যমে অসমৰ মহান বৰাৰ এই চেষ্টাৰ বাবে বিশ্বত চিনাকি কৰি দিয়াৰ বাবে পদক্ষেপ লোৱাৰ বিপৰীতে অসমৰে মুখ্য মন্ত্ৰী তথা ৰাজ্যখনৰ কৃষি বিভাগটোৱে এতিয়ালৈকে মহান বৰাৰ কোনো খবৰ লোৱা নাই আৰু কোনো ধৰণৰ সহায় সহযোগিতাও আগবঢ়োৱা নাই।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd