DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফা (স্বাধীন)লৈ এইবাৰ আহ্বান আছু-২৮টা জনগোষ্ঠীয় সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2018 8:28 pm
AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

138
VIEWS
Share on FacebookShare on Twitter

আলফা (স্বাধীন)এ অপহৰণ কৰা জাগুনৰ গোপাল উপাধ্যায়ক একমাত্ৰ মানৱীয় দৃষ্টিভংগীৰে মুকলি কৰি দিবলৈ আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে আজি ২১ জুনত আহ্বান জনাইছে।

‘একমাত্ৰ মানৱীয় দৃষ্টিভংগীৰে গোপাল উপাধ্যায়ক মুকলি কৰি দিবলৈ আহ্বান’ জনাই আছুৰ সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে প্ৰেৰণ কৰা বিবৃতিটোত সংগঠনকেইটাই এই অপহৰণৰ ঘটনাটোত ‘উদ্বেগ প্ৰকাশ কৰিছে’ বুলি কোৱা হৈছে।

উল্লেখযোগ্য যে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং উদয়পুৰৰ বাসিন্দা তথা এখন ব্যক্তিগত মালিকানাধীন ক্ষুদ্ৰ চাহ বাগিচাৰ মহৰী দীননাথ ওৰফে গোপাল উপাধ্যায় (৫০)ক যোৱা ৮ জুনত আলফা (স্বাঃ)এ অপহৰণ কৰিছিল।

ইয়াৰ পূৰ্বে যোৱা ১১ জুনত দীননাথৰ পৰিয়ালটোৱে আৰু গোৰ্খা ছাত্ৰ সন্থাৰ টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে তেওঁক মুকলি কৰি দিয়াৰ বাবে আলফাক কাতৰ আৱেদন জনাইছিল।

অপহৃত উপাধ্যায়ে ‘মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠ জাগুনৰ ব্যৱসায়ী ৰাধা চেতিয়াই মোক আলফা আৰু এন এছ চি এনৰ বিৰুদ্ধে চোৰাংচোৱা গিৰি কৰিবলৈ ৰাখিছিল’ বুলি ‘স্বীকাৰ’ কৰাৰ এক ভিডিঅ’ আলফা (স্বাধীন)এ ফে’ছবুকত প্ৰচাৰ কৰাৰ পিছত ব্যৱসায়ী ৰাধা চেতিয়াৰ ঘৰৰ সন্মুখত যোৱা ১৭ জুনত গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছিল।

অপহৃত লোকজন কুশলে আছে বুলি আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ১২ জুনত ব্যৱসায়ী ৰাধা চেতিয়াক ফ’নযোগে জনোৱাৰ উপৰি জ্যেষ্ঠ নেতা মাইকেল ডেকা ফুকনে দীননাথৰ মুক্তিৰ বাবদ ৩ কোটি ৫০ লাখ টকা দাবী কৰিছিল।

Recent News

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd