DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীয়ে এতিয়াও বিচাৰি পোৱা নাই শ্বেতা আগৰৱালাৰ ম’বাইল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2018 6:47 pm
আৰক্ষীয়ে এতিয়াও বিচাৰি পোৱা নাই শ্বেতা আগৰৱালাৰ ম’বাইল
104
VIEWS
Share on FacebookShare on Twitter

শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ গুৰুত্বপূৰ্ণ ক্লু দিব পৰাৰ সম্ভাৱনা থকা শ্বেতাৰ ম’বাইল ফোনটোৰ সন্ধান এতিয়াও উলিয়াব পৰা নাই আৰক্ষীয়ে। শ্বেতাৰ ফোনটোৰ সন্ধানত আৰক্ষীয়ে কেইবা ঠাইতো আৰু কেইবা ঘৰতো অভিযান চলাইছে যদিও এতিয়ালৈকে ফোনটো উদ্ধাৰ কৰাত আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থ হৈছে।

আনহাতে সমগ্ৰ ৰাজ্য জোকাৰি যোৱা তথা ৰাজ্যত তোলপাৰ লগোৱা শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ তদন্ত চলি থকা অৱস্থাতে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংহালৰ জামিন মঞ্জুৰ কৰে।

আনহাতে এই সন্দৰ্ভত কামৰূপ সত্ৰ আদালতত স্থাপন কৰা ফাষ্ট ট্ৰেক ক’ৰ্টত এক বিশেষ শুনানি প্ৰক্ৰিয়া বৰ্তমানো চলি আছে।

পূৰ্বতে শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংহালে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ বাবে জনোৱা আবেদন ন্যায়ালয়ে খাৰিজ কৰিছিল যদিও শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ আন দুগৰাকী অভিযুক্ত তথা গোবিন্দ সিংহালৰ মাতৃ আৰু বায়েকৰ জামিন আবেদন ন্যায়ালয়ে মঞ্জুৰ কৰিছিল।

অৱশ্যে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্বেতা আগৰৱালাৰ মূল অভিযুক্ত গোবিন্দ সিংহালৰ জামিন মঞ্জুৰ কৰে।

উল্লেখযোগ্য যে ৪ ডিচেম্বৰত গোবিন্দ সিংহাল আৰু শ্বেতা আগৰৱালাৰ মাজত প্ৰথম অৱস্থাত দুয়োৰে মাজত তৰ্কাতৰ্কি হৈছিল আৰু পিছলৈ দুয়োৰে মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

সেই সংঘৰ্ষৰ পৰিণাম হিচাপে গোবিন্দ সিংহালে শ্বেতা আগৰৱালক হত্যা কৰি পিছত শ্বেতা আগৰৱালাৰ মৃতদেহ এটা বাথৰুমত নি জ্বলাই দি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল।

 

Recent News

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ

নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ

বানত বিধ্বস্ত তামুলপুৰ জিলা; বাল্টি নৈৰ বাঢ়নি পানীয়ে ছিঙি পেলালে লাউপাৰা-বাৰিমাখা পথ

বানত বিধ্বস্ত তামুলপুৰ জিলা; বাল্টি নৈৰ বাঢ়নি পানীয়ে ছিঙি পেলালে লাউপাৰা-বাৰিমাখা পথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd