DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘আৰোগ্য ছছাইটি’ৰ উদ্যোগত গুৱাহাটীৰ পল্টন বজাৰস্থিত এ এছ টি চি চৌহদত বিনামূলীয়া স্বাস্থ্য শিবিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2018 2:33 pm
‘আৰোগ্য ছছাইটি’ৰ উদ্যোগত গুৱাহাটীৰ পল্টন বজাৰস্থিত এ এছ টি চি চৌহদত বিনামূলীয়া স্বাস্থ্য শিবিৰ
109
VIEWS
Share on FacebookShare on Twitter

স্বাস্থ্যসেৱাৰ খণ্ডত নিয়োজিত গুৱাহাটীৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা ‘আৰোগ্য ছছাইটি’ৰ উদ্যোগত তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ সহযোগত ১৮ আৰু ১৯ মে’ত গুৱাহাটীৰ পল্টন বজাৰস্থিত এ এছ টি চি চৌহদত দুদিনীয়াকৈ এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায়।

পৰিবহণ নিগমৰ মুঠ ৬০ গৰাকী কৰ্মচাৰীয়ে উক্ত শিবিৰত নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱায়। আৰোগ্য ছচাইটিৰ প্ৰশাসনিক মুৰববী মহম্মদ আনোৱাৰে কয় যে পৰিবহণ খণ্ডত নিয়োজিত কৰ্মচাৰীসকল অন্য চৰকাৰী বা অৰ্দ্ধ চৰকাৰী কৰ্মচাৰীৰ তুলনাত স্বাস্থ্যজনিত সমস্যাত অধিক হাৰে ভোগা দেখা যায়। বিশেষকৈ সম্পূৰ্ণ ৰক্ত গণনা (ছি ভি ছি) ৰ দৰে পৰীক্ষা ব্যয়বহুল হোৱা বােব এইসকল কৰ্মচাৰীয়ে প্ৰয়োজনীয় স্বাস্থ্যসেৱা লাভৰ পৰা বঞ্চিত হয়।

ফলত এই কথাৰ প্ৰতি দৃষ্টি ৰাখি আৰোগ্য ছচাইটিয়ে উল্লিখিত আটাইকেইগৰাকী কৰ্মচাৰীৰ ছি ভি ছিকে ধৰি কেইবাটাও ধৰণৰ ৰক্ত আৰু অন্যান্য পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়াকৈ সম্পন্ন কৰোৱাৰ লগতে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা তেওঁলোকক নিদান আগবঢ়োৱা হয়।

অনুষ্ঠানৰ শেষত প্ৰশাসনীয় মুৰব্বীগৰাকীয়ে ৰাজ্যৰ পৰিবহণ আয়ুক্ত আনন্দ প্ৰকাশ তিৱাৰী আৰু ‘মেডিছিন’ বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ জে দি দাসকে ধৰি শিবিৰত সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd