• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰ্থিক বাধা নেওচি মেট্ৰিকত উজলিল শিৱসাগৰ জকাইচুকৰ কৃষক-সন্তান দীপজ্যোতি চুতীয়া

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , May 30, 2018 9:35 pm

1 min read

Deepjyoti Chutia
70
VIEWS
Share on FacebookShare on Twitter

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ ( Sivasagar )ৰ জকাইচুক মৌজাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান দুৰ্ল্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দীপজ্যোতি চুতীয়াই ৬টা বিষয়তে লে’টাৰ মাৰ্কসহ ৯৪.৮ শতাংশৰে ডিষ্টিংশ্যন লাভ কৰিছে।

সৰুৰে পৰা মেধাৰ পৰিচয় দিয়া দীপজ্যোতিয়ে অসমীয়াত ৯৪, ইংৰাজীত ৮৯, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৫, সমাজ বিজ্ঞানত ৯৬ আৰু উচ্চ গণিতত ৯৫ নম্বৰসহ মুঠ ৫৬৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ক্ৰিকেট খেলি ভাল পোৱা দীপজ্যোতিয়ে ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ লক্ষ্য বুকুত বান্ধি ইতিমধ্যে শিৱসাগৰৰ আৰ্যভট্ট একাডেমীত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্ত্তি কৰিছে।

হাতীঘূলি মজলীয়া বিদ্যালয়ত পঢ়ি থকা অৱস্থাত তিনিবাৰকৈ ৰীণা ফুকন সোঁৱৰণী বিদ্যালয়ৰ শ্ৰেষ্ঠ ছাত্ৰ বঁটাপ্ৰাপ্ত দীপজ্যোতি হাতীঘূলি গাওঁ নিবাসী দৰিদ্ৰ কৃষক গোপাল চুতীয়া আৰু পুষ্পাঞ্জলী চুতীয়াৰ পুত্ৰ।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd