• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উঃ-পূবৰ ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ হতাশাজনক : মেঘালয়ত ৩৩, ত্ৰিপুৰাত ২৪, নাগালেণ্ডত ৫গৰাকী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2018 7:08 pm
Northeast_India_States
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইয়াৰ লোকসমাজত মহিলাৰ স্থান যথেষ্ট উচ্চ তথা মৰ্য্যাদাপূৰ্ণ হোৱা সত্ত্বেও উত্তৰ-পূবত মহিলাই সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাটো এতিয়াও উৎসহাজনক স্তৰলৈ উঠা নাই।

অলপতে বিধানসভাৰ নিৰ্বাচন হ’ব লগীয়া অঞ্চলটোৰ তিনিখনকৈ ৰাজ্যত মহিলা প্ৰাৰ্থীৰ সংখ্যাও তেনেই কম হোৱা দেখা গৈছে। এই সংখ্যা মেঘালয়ত ৩৪৪ জনৰ ভিতৰত ৩৩ গৰাকী (৯.৫৯৩%), ত্ৰিপুৰাত ২৯৭ জনৰ ভিতৰত ২৪ গৰাকী (৮.০৮১%) আৰু নাগালেণ্ডত ২৫৭ ৰ ভিতৰত মাত্ৰ ৫গৰাকী (১.৯৪৬%)।

Apply Now

ভাৰতৰ বাকী অংশৰ তুলনাত অঞ্চলটোৰ (উত্তৰ-পূৰ্বাঞ্চলৰ) মহিলাসকলৰ মুকলিমূৰীয়া জীৱন ধাৰা দেখা পোৱা যায় যদিও ৰাজনীতিত তাৰ প্ৰতিফলন ঘটা খুব কমেইহে দেখা যায়। যোৱা বছৰ আৰু তাৰ আগৰ বছৰ বিধানসভাৰ নিৰ্বাচন হৈ যোৱা দুখন ৰাজ্য ক্ৰমে মণিপুৰ আৰু অসমতো এই হাৰ আছিল হতাশাজনক। মণিপুৰত ২৬৬ জন প্ৰাৰ্থীৰ মাজত মাত্ৰ ১০ গৰাকী হোৱাৰ বিপৰীতে অসমত মুঠ ১০৬৩ জনৰ ভিতৰত ৯১গৰাকী মহিলা আছিল। অসমৰ এই ৯১ গৰাকীৰ ভিতৰত মাত্ৰ ৮ গৰাকীহে বিধানসভালৈ নিৰ্বাচিত হয়।

Women_Politics
১৯৫২ ৰ পৰা ২০১১ চনলৈ অসমৰ বিধানসভা নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণৰ ছবি।

তথ্যৰ পৰা জানিব পৰামতে ৰাষ্ট্ৰীয় দলবোৰৰ ভিতৰত কংগ্ৰেছে মহিলাক টিকট দিয়াৰ ক্ষেত্ৰত আন বিলাক দলতকৈ সামান্য আগ বাঢ়ি আছে। তৎসত্ত্বেও কংগ্ৰেছে যোৱা অসম বিধানসভা নিৰ্বাচনত পূৰ্বৰ ১৯ গৰাকীৰ পৰিৱৰ্তে ১৬ গৰাকীকহে টিকট দিছিল।

মন কৰিব লগীয়া যে উত্তৰ-পূবৰ দুখনকৈ ৰাজ্য ত্ৰিপুৰা আৰু মিজোৰামে শিক্ষাৰ হাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰত শীৰ্ষৰ ফালে স্থান লাভ কৰি আছে। মহিলাৰ শিক্ষাৰ ক্ষেত্ৰতো এই হাৰ প্ৰায় একে। সমাজত লিংগ অসমতাও লক্ষণীয়ভাৱে কম। আনহাতে মেঘালয়ক প্ৰমীলাৰ ৰাজ্য, অৰ্থাৎ নাৰীপ্ৰধান সমাজ ব্যৱস্থাৰ ৰাজ্য বুলি কোৱা হয়।

তাৰ পিছতো এই ছবিয়ে প্ৰকৃততে কি সূচায়? এয়া মহিলাসকলৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহহীনতা নে ৰাজনৈতিক দলবোৰৰ মহিলাক সমান গুৰুত্ব নিদিয়াৰ অগণতান্ত্ৰিক নীতিৰ প্ৰতিফলন?

অৱশ্যে সামগ্ৰিকভাৱে গোটেই দেশতে এই হাৰ তেনেই পুতৌজনক। ২০১২ চনৰ তথ্যমতে ভাৰতৰ সংসদত জনপ্ৰতিনিধিৰ ১০ শতাংশ মহিলা। এই হাৰ ব্ৰাজিল, মালয়েছিয়া, চীন হাংগেৰি আদিতকৈ উন্নত। আনহাতে ৰাজনীতিত মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত ভাৰত শীৰ্ষ ২০খন দেশৰ ভিতৰত আছে। ২০১৩ চনত এই ৰেংক সৰ্বোচ্চ নৱম আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd