• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতৰ মাধ্যমিকৰ ফলাফল : কটনৰ পৰা বিজ্ঞান শাখাত দশম স্থান লাভ উজ্জ্বল জৈনৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 31, 2018 12:23 pm
e3a4abfc-6580-45ce-a055-13608bcc1fa0

কটনৰ পৰা বিজ্ঞান শাখাত দশম স্থান লাভ কৰা উজ্জ্বল জৈন

143
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ৰ পৰা উজ্জ্বল জৈনে বিজ্ঞান শাখাত দশম স্থান লাভ কৰিছে। উজ্জ্বলে মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৭১ নম্বৰ লাভ কৰিছে। উজ্জ্বল জৈনৰ ঘৰ তিনিচুকীয়াত।

কটনৰ পৰা এইবাৰ মাত্ৰ এজনেই শীৰ্ষ স্থানপ্ৰাপ্তৰ তালিকাত স্থান লাভ কৰিছে যদিও সামগ্ৰিকভাৱে শিক্ষানুষ্ঠানখনৰ ফলাফল যথেষ্ট ভালেই হৈছে।

কটনৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৭.৫%। বিজ্ঞান শাখাত প্ৰথম বিভাগত ৪২৬ গৰাকী আৰু দ্বিতীয় বিভাগত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। ইয়াৰে ভিতৰত ২২৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে।

আনহাতে কলা শাখাত শিক্ষানুষ্ঠানখনৰ পৰা কোনো শিক্ষাৰ্থীয়ে শীৰ্ষ স্থানপ্ৰাপ্তৰ প্ৰথম দহটা স্থানৰ তালিকাত স্থান লাভ কৰা নাই যদিও উত্তীৰ্ণৰ হাৰ এশ শতাংশ। প্ৰথম বিভাগত ১৩৯ গৰাকী, দ্বিতীয় বিভাগত ১৮ গৰাকী আৰু ১৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে।

কটনৰ এই ফলাফলক লৈ কটন বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত শৈক্ষিক পঞ্জীয়ক ড০ মহাদেৱ পাটগিৰিয়ে কয়, ” আমি কেইজনমানে স্থান পোৱাতকৈ সামগ্ৰিক ফলাফলক বেছি গুৰুত্ব দিওঁ। আমাৰ ফলাফল ভাল। আমি স্থানৰ কাৰণে Unhealthy competition নকৰো।‘’

তেওঁ লগতে কয় যে আমাৰ ছাত্ৰ-ছাত্ৰী সমলক উচ্চতৰ মাধ্যমিকত স্থানৰ পাছত লাগি থকাতকৈ প্ৰতিযোগিতামুলক পৰীক্ষা সমুহৰ বাবে সাজু হোৱাটো বিচাৰো। কটনৰ ছাত্ৰ-ছাত্ৰীয়ে সেইটো কৰেও। ইয়াৰ পৰা ওলাই গৈ তেওঁলোক বহু ভাল ভাল ক্ষেত্ৰত নিয়োজিত হয়।

‘’বিশ্ববিদ্যালয় হোৱাৰ পাছত আমি  উচ্চতৰ মাধ্যমিকৰ ওপৰত বেছি focus দিয়াৰ চেষ্টা কৰিছো যাতে উচ্চতৰ মাধ্যমিকৰ ফলাফল ভাল হয়,’’-তেওঁ কয়।

Recent News

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd