DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা: বিজ্ঞান শাখাত প্ৰথম হোজাইৰ অমৰ সিং থাপা

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
July 8, 2019 3:54 pm
thapa 1st

বিজ্ঞান শাখাৰ প্ৰথম স্থানপ্ৰাপ্ত অমৰ সিং থাপা

301
VIEWS
Share on FacebookShare on Twitter

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল আজি ঘোষণা কৰা হৈছে।

সংসদৰ ৱেবছাইট ahsec.nic.in ত ছাত্ৰ-ছাত্ৰীসকলে ফলাফল চাব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে লগতে resultsassam.nic.in টো ফলাফল চাব পাৰিব।

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ বিজ্ঞান শাখাত হোজাইৰ আজমল কলেজ অৱ আৰ্টছ, কমাৰ্চ এণ্ড চায়েন্সৰ ছাত্ৰ অমৰ সিং থাপাই বিজ্ঞান শাখাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে।

e89a225f-ccfd-4ffd-acd5-869d91ae9d4c
বাণিজ্য শাখাত দশম স্থানপ্ৰাপ্ত অক্ষিত চৌচাৰিয়া

তেওঁ মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮৬ নম্বৰ লাভ কৰিছে।

আনহাতে, হোজাইৰ শংকৰদেৱ জুনিয়ৰ কলেজৰ অক্ষিত চৌচাৰিয়াই বাণিজ্য শাখাত দশম স্থান লাভ কৰিছে।

এইবাৰ বিজ্ঞান, বাণিজ্য আৰু কলা –এই তিনিটা শাখাত মুঠ ২,৫৪,৫৬৪ জন শিক্ষার্থীয়ে পৰীক্ষাত অৱতীর্ণ হৈছিল ৷ ৰাজ্যখনত মুঠ পৰীক্ষা কেন্দ্ৰ আছিল ৮২৬টা।

ৰিজাল্ট চাব পৰা ৱেবছাইটকেইটা হ’ল  www.ahsec.nic.in,  www.indiaresults.com,  www.jagranjosh.com,  www.school.gradeup.co, www.examresults.net, results.amarujala.com, www.results.shiksha, www.assamonline.in, www.iresults.net, www.exametc.com, www.knowyourresult.com, www.timesofindia.com, www.examresults.net/assam/,www.schools9.com, www.assam.shiksha, www.assamjobalerts.com, www.yesresult.com৷

 

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd