• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উজবেকিস্তানত অনুষ্ঠিত এছিয়ান য়ুথ ভাৰোত্তোলনত অসমৰ সুৰজিৎ চাংমাইৰ ব্ৰঞ্জ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 24, 2018 7:00 pm

1 min read

উজবেকিস্তানত অনুষ্ঠিত এছিয়ান য়ুথ ভাৰোত্তোলনত অসমৰ সুৰজিৎ চাংমাইৰ ব্ৰঞ্জ

সুৰজিৎ চাংমাই, ফটো ফে'চবুকৰ পৰা সংগৃহীত

85
VIEWS
Share on FacebookShare on Twitter

পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়ামঞ্চত জিলিকি উছিছে অসমৰ এগৰাকী তৰুণ প্ৰতিভাৱান খেলুৱৈৰ নাম। উজবেকিস্তানত অনুষ্ঠিত এছিয়ান য়ুথ ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ সুৰজিৎ চাংমায়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

প্ৰতিভাৱান ভাৰোত্তোলক সুৰজিতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ ৫০ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

যোৱা ২০ এপ্ৰিলৰ পৰা উজবেকিস্তানৰ আৰ্জেন্সত অনুষ্ঠিত ২০ সংখ্যক এছিয়ান যুথ ভাৰোত্তোলন প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে অসমৰ দুগৰাকী খেলুৱৈয়ে ভাৰতৰ ভাৰোত্তোলন দলটোত স্থান লাভ কৰিছিল।

সুৰজিতৰ সৈতে প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে স্থান লাভ কৰা অসমৰ আন গৰাকী খেলুৱৈ হৈছে সিদ্ধান্ত গগৈ, তেওঁ ৫৬ কে জি শাখাত অৱৰ্তীণ হৈছে।

উল্লেখযোগ্য যে আৰ্জেণ্টিনাত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ যুৱ অলিম্পিক গেমছৰ বাবে উক্ত এছিয়ান প্ৰতিযোগিতাখনক যোগ্যতা নিৰূপক প্ৰতিযোগিতা হিচাপে চিহ্নিত হৈছে।

২ মে’ত প্ৰতিযোগিতাখনৰ সামৰণি পৰিব।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd