• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ অসমৰ মাণ্ডলিক আয়ুক্ত ড০ এম অংগমুথুৰ ওদালগুৰি জিলা ভ্ৰমণ

ছাজিদ খান by ছাজিদ খান
August 3, 2018 7:53 pm
IMG-20180803-WA0037
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ অসম মণ্ডল, তেজপুৰৰ মাণ্ডলিক আয়ুক্ত ড০ এম অংগমুথুৱে আজি ওদালগুৰি জিলা ভ্ৰমণ কৰি জিলাখনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নয়ণৰ পুনৰীক্ষণ কৰাৰ লগতে জিলাখনৰ আইন-কানুনগত পৰিস্থিতিৰ বুজ লয়।
ওদালগুৰিৰ উপায়ুক্তৰ কাৰ্যালয়ৰ আলোচনাকক্ষত অনুষ্ঠিত এই আলোচনাচক্ৰত উপায়ুক্ত, আৰক্ষী অধীক্ষক, অতিৰিক্ত আয়ুক্ত আৰু সকলো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।

ওদালগুৰিৰ উপায়ুক্ত দিলীপ কুমাৰ দাসে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নয়ণৰ সম্পৰ্কীয় শেহতীয়া কাম-কাজৰ খতিয়ান দাঙি ধৰে।

Apply Now

তেওঁ জনায় যে ৰাজহুৱাভাৱে খচৰাখন পৰীক্ষা কৰি থকা হৈছে আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰাত অন্তৰ্ভুক্ত নোহোৱাসকলৰ মনৰ পৰা অকাৰণ ভীতি নোহোৱা কৰিবলৈ তথ্য শিক্ষা আয়োগৰ (Information Education Commission)কাম-কাজ চলি আছে।

তেওঁ আৰু কয় যে জিলাখনত আইন-কানুনগত সমস্যাৰ সৃষ্টি হোৱা নাই আৰু জিলাখনত বৰ্তমান শান্তি বিৰাজ কৰি আছে। জনসাধাৰণৰ নিৰাপত্তাৰ দিশটোৰ ওপৰত চকু ৰাখিবলৈ যথেষ্ট নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

মাণ্ডলিক আয়ুক্ত ড০ এম অংগমুথুৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী খচৰাৰ গুণগত মানত সন্তুষ্টি প্ৰকাশ কৰিছে।

জনসাধাৰণৰ সৈতে সহযোগ কৰি তথ্য শিক্ষা আয়োগৰ কাম-কাজ সুচাৰুৰূপে কৰি যাবলৈ তেও জিলা প্ৰশাসনৰ বিষয়াসকলক উৎসাহিত কৰে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কত যাতে কোনো ভুল তথ্য প্ৰচাৰ হ’ব নোৱাৰে তাৰ সেই ক্ষেত্ৰত সাৱধান হ’বলৈ তেওঁ বিষয়াসকলক পৰামৰ্শ দিয়ে।

ড০ এম অংগমুথুৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নয়ণৰ প্ৰক্ৰিয়াত জড়িত বিষয়া কৰ্মচাৰীৰ কষ্টৰ শলাগ লয় আৰু নাগৰিক পঞ্জীৰ পৰৱৰ্তী প্ৰক্ৰিয়াতো আন্তৰিকতাৰে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd