• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

উত্তৰ ত্ৰিপুৰা ধৰ্মনগৰত ৰাজ্যিক কৰ্মচাৰী সংঘৰ সন্মিলন অনুষ্ঠিত

NE NOW NEWS পান্না ঘোষ
ধৰ্মনগৰ , April 8, 2018 4:42 pm

1 min read

উত্তৰ ত্ৰিপুৰা ধৰ্মনগৰত ৰাজ্যিক কৰ্মচাৰী সংঘৰ সন্মিলন অনুষ্ঠিত
70
VIEWS
Share on FacebookShare on Twitter

উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰত অৱস্থিত বিবেকানন্দ সাৰ্ধ শতবাৰ্ষিকী ভৱনত আজি ত্ৰিপুৰা ৰাজ্যিক কৰ্মচাৰী সংঘৰ উত্তৰ ত্ৰিপুৰা জিলা কমিটিৰ প্ৰথমখন জিলাভিত্তিক সন্মিলন অনুষ্ঠিত হয়।

ত্ৰিপুৰা ৰাজ্যিক কৰ্মচাৰী সংঘৰ উদ্যোগত আৰু ভাৰতীয় মজদুৰ সংঘৰ সহযোগত আয়োজিত উক্ত সন্মিলনখনত বিভিন্ন ক্ষেত্ৰৰ পৰা অহা এহেজাৰতকৈ অধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

আজিৰ এই অনুষ্ঠানটোত ত্ৰিপুৰা ৰাজ্যিক কৰ্মচাৰী সংঘৰ সভাপতি শংকৰ দেব, সদস্য কৃষ্ণ জ্যোতি ভট্টচাৰ্য, ৰনবিৰ ভট্টচাৰ্য, অনিমেষ ধৰ, দিলিপ কুমাৰ ভৌমিককে ধৰি অনান্য লোকসকল উপস্থিত আছিল।

সন্মিলনখনক সম্বোধন কৰি সভাপতি শংকৰ দেবে ৰাজনৈতিক দল মত নিৰ্বিশেষে সকলোকে আঁকোৱালি লোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে কয় যে প্ৰতেকে আইন শৃংখলা মানি চলাৰ উপৰি সম্পুৰ্ণ নিষ্ঠাৰে কাম কৰাৰ বাবে চেষ্টা কৰিব লাগে।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd