• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ পূৰ্বাঞ্চলত ১৫টা গুৰুত্বপূৰ্ণ নতুন ৰে’লৱে প্ৰকল্পত কেন্দ্ৰৰ অনুমোদন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 21, 2018 12:57 pm

1 min read

Rajen-Gohian-570x320
97
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলত অতি কমেও ১৫টা গুৰুত্বপূৰ্ণ ৰে’লপথ প্ৰকল্পৰ কাম হাতত লৈছে কেন্দ্ৰ চৰকাৰে। ৫৫,২০৬ কোটি টকা ব্যয়সাপেক্ষ, সৰ্বমুঠ ১,৩৯৫ কি:মি: দৈৰ্ঘ্যৰ ৰে’লপথ নিৰ্মাণ প্ৰকল্পকেইটাত চলিত বৰ্ষৰ মাৰ্চলৈকে ইতিমধ্যে ১৮,৪৭৭ কোটি টকা ব্যয় কৰা হৈছে বুলি আছাম ট্ৰিবিউন কাকতৰ এটা প্ৰতিৱেদনত প্ৰকাশ।

ৰাজ্যসভাত এটা প্ৰশ্নৰ উত্তৰত ৰে’লৱে ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে কয় যে উক্ত প্ৰকল্পকেইটাৰ ২০১৮-১৯ বৰ্ষৰ বাবে আৰু ইতিমধ্যে সম্পূৰ্ণ হোৱা কেইটামান প্ৰকল্পৰ অৱশিষ্ট  আনুষাংগিক কামৰ বাবে ৪,৪৩০ কোটি টকা ইতিমধ্যে মোকোলাই দিয়া হৈছে।

প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত পুঁজিৰ উপলব্ধতা, ভূমি অধিগ্ৰহণ, বন আৰু বন্যপ্ৰাণী বিভাগৰ  সেউজ সংকেত, সেৱাৰ পৰিৱৰ্তন, কামৰ ঋতু, ভৌগলিক অৱস্থা, আইন-কানুনগত সমস্যা আৰু অন্যন্য কাৰকে প্ৰভাৱিত কৰে। ৰে’ল মন্ত্ৰী গোহাঁয়ে কয় যে এই কাৰণেই এই প্ৰকল্পসমূহ সমাপ্ত হোৱাৰ এটা নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰাটো অসুবিধাজনক।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd