• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

উত্তৰ-পূৰ্বাঞ্চলৰ অধিক ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাৰ বাবে বিশেষ ব্যৱস্থা দিল্লী বিশ্ববিদ্যালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 18, 2018 4:19 pm

1 min read

উত্তৰ-পূৰ্বাঞ্চলৰ অধিক ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাৰ বাবে বিশেষ ব্যৱস্থা দিল্লী বিশ্ববিদ্যালয়ৰ
82
VIEWS
Share on FacebookShare on Twitter

দিল্লী বিশ্ববিদ্যালয়ে এপ্ৰিলত হ’বলগা নামভৰ্তি প্ৰক্ৰিয়াৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰপৰা অধিক ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে এক অভিযান আৰম্ভ কৰিছে।

বিশ্ববিদ্যালয়খনৰ এটা বিশেষ কোষে বিশ্ববিদ্যালয়খনৰ নামভৰ্তি প্ৰক্ৰিয়া সন্দৰ্ভত অৱগত কৰাৰ উদ্দেশ্যে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যালয়সমূহ ভ্ৰমণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

তাৰোপৰি এই সম্ভ্ৰান্ত শিক্ষানুষ্ঠানটোৱে সংৰক্ষিত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰ্ৰীক উৎসাহিত কৰাৰ বাবে অন্য পিছ পৰা শ্ৰেণীৰ (অ’বিচি) মহিলাক কাট-অফ নম্বৰৰ ক্ষেত্ৰত ২% ৰেহাই দিয়াৰো ঘোষণা কৰিছে।

বিশেষ কোষটোৰ মুৰব্বী মহাৰাজ কে পণ্ডিতে সাংবাদিকসকলক জনায়, ‘দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তি সমিতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা বিশেষ কোষ গঠন কৰা আৰু আমাৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পৰ্কে অৱগত কৰাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকল আৰু অধ্যক্ষসকলক লগ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।’

তেওঁ লগতে কয়, ‘উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ বাবে প্ৰত্যেক কলেজতে থকা সমন্বয়ৰক্ষী বিষয়াসকলকো এই কোষটোৱে নিৰীক্ষণ কৰিব।’

উৎসঃ টাইমছ অৱ ইণ্ডিয়া

Recent News

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd