• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ বাৰটা ভাষা সংকটাপন্ন ভাষাৰ তালিকাত : অসমৰ আছে দুটা ভাষা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 18, 2018 7:29 pm

2 min read

Northeast
2k
VIEWS
Share on FacebookShare on Twitter

কোৱা লোকৰ সংখ্যা তেনেই কম হোৱা বাবে পৃথিৱীৰ পৰা নোহোৱা হোৱাৰ দিশত গতি কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ ১২ টাকৈ ভাষা।

ভাৰত চৰকাৰৰ লোকপিয়ল সঞ্চালকালয়ৰ এক প্ৰতিবেদন মতে সংকটাপন্ন ভাষাৰ তালিকাত আছে মেঘালয়ৰ এটা, অসম আৰু অৰুণাচল প্ৰদেশৰ দুটাকৈ আৰু মণিপুৰৰ ৭টা ভাষা।

প্ৰতিবেদনটো অনুসৰি অসমৰ তাই নৰা আৰু তাই ৰং, অৰুণাচল প্ৰদেশৰ ৰা আৰু না, মণিপুৰৰ আইমল, আকা, কৈৰেন, লামগাং, লাংৰং, পুৰুম আৰু তাৰাও আৰু মেঘালয়ৰ ৰুগা ভাষাক সংকটাপন্ন তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

কেন্দ্ৰীয় গৃ্হ বিভাগে ভাৰতৰ ৪০ টা ভাষা অথবা উপভাষাক সংকটাপন্ন বুলি চিনাক্ত কৰিছে।

লোকপিয়ল বিভাগৰ প্ৰতিবেদন মতে ভাৰতত এক লাখ বা তাতকৈ অধিক লোকে কোৱা ২২ টা সূচীকৃত আৰু ১০০ টা অসূচীকৃত ভাষা আছে।

কিন্তু ভাৰতত ৪২ টা এনে ভাষা আছে যাৰ ভাষী ১০ হাজাৰ গৰাকীতকৈ কম। বিভাগীয় সূত্ৰ মতে এই সমূহক সংকটাপন্ন আৰু নোহোৱা হোৱাৰ পিনে গৈ থকা ভাষা বুলি ধৰা হয়।

য়ুনেস্ক’ৱে কৰা এখন তালিকাটো ভাৰতৰ ৪২ টা ভাষা/ উপভাষাক সংকটাপন্ন ভাষাৰূপে উল্লেখ কৰা হৈছে।

মাইচৰৰ চি আই আই এল (Central Institute of Indian Languages, Mysore)এ এখন কেন্দ্ৰীয় আঁচনিৰ অধীনত দেশৰ সংকটাপন্ন ভাষাবোৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে কাম কৰি আহিছে।

বিভাগীয় সূত্ৰই জনোৱা মতে এই কাৰ্য্যসূচীৰ অধীনত বৈয়াকৰণিক বৰ্ণনা, এক ভাষী আৰু দ্বিভাষী অভিধান, ভাষা লিপি, লোক কাহিনীৰ সংকলন, সকলো ভাষা বা উপভাষাৰ বিশেষকৈ ১০ হাজাৰতকৈ কম ভাষী থকা ভাষাবোৰৰ বিশ্বকোষ প্ৰণয়ন কৰা হৈছে।

সূচীকৃত ২২ টা ভাষাৰ উপৰি দেশত আছে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে বিভাগীয় ভাষাৰ মৰ্য্যাদা দিয়া ৩১ টা ভাষা।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd