DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উদ্যানশস্য কৃষিৰ ৰাজসাহায্যৰ বাবে কৃষকৰ পৰা আবেদনপত্ৰ আহ্বান মাজুলী জিলা কৃষি বিষয়াৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 7, 2018 9:23 pm
horticulture1
730
VIEWS
Share on FacebookShare on Twitter

অসমৰ উদ্যানশস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে (directorate of horticulture and food processing) উদ্যান শস্যৰ কৃষি কাৰ্যক উদগনি যোগাবলৈ  কৃষকলৈ ৰাজসাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে।  কেন্দ্ৰীয় চৰকাৰৰ ‘উত্তৰ পুৰ্বাঞ্চল তথা হিমালয়ৰ পাদদেশৰ ৰাজ্যসমুহৰ বাবে উদ্যান শস্যৰ অভিযান’ (Horticulture Mission for North East and Himalayan States) কাৰ্যসূচীৰ অধীনত এই ৰাজসাহায্য আগবঢ়োৱা হ’ব। বহু কেইবিধ উদ্যান শস্যৰ খেতিৰ লগতে উদ্যান শস্যৰ কৃষি কৰ্মৰ বাবে প্ৰয়োজনীয় ২০ বিধ উপাদানৰ ক্ষেত্ৰত সঞ্চালকালয়ে ঘোষণা কৰা ৰাজসাহাৰয্য লাভৰ বাবে আবেদন দাখিল কৰিবলৈ মাজুলী জিলাৰ কৃষকসকললৈ আহ্বান জনাইছে মাজুলী জিলা কৃষি বিভাগে ।

জিলা কৃষি বিষয়া অৰুণ কুমাৰ পাঠকে জনোৱা মতে উদ্যান শস্য আৰু খাদ্য সংসাদন সঞ্চালকালয়ে আগ্ৰহী কৃষক বা কৃষক গোট আৰু ব্যক্তিক অহা ৩০ জুনৰ ভিতৰত   www.hortnet.gov.in  ৱেবছাইটৰ জড়িয়তে  এই ৰাজসাহায্যৰ বাবে আবেদন কৰিবলৈ অনুৰোধ জনাইছে।

উদ্যান শস্যৰ ক্ষুদ্ৰ নাৰ্চাৰী, কাঠফুলা উৎপাদন কেন্দ্ৰ, সেউজ গৃহ, পলী হাউচ, ছাঁ জালিকাগৃহ, মৌ পালন, পাৱাৰ টিলাৰ, স্প্ৰে মেচিন, পেক্ হাউছ, শীতলীকৃত বাহন, ফল পকোৱা কোঠা, প্ৰাথমিক সংসাধন কেন্দ্ৰ, ভ্ৰাম্যমান চাইকেল ঠেলা, খুচুৰা বিক্ৰী কেন্দ্ৰ, ফলমূল সংৰক্ষণ কেন্দ্ৰ আদি স্থাপনৰ ক্ষেত্ৰত ৫০ শতাংশ ৰাজসাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে সঞ্চালকালয়ে ।

Recent News

ED grills Sanjay Raut: ১০ ঘণ্টা ধৰি ইডিৰ জেৰাৰ সন্মুখীন হ’ল শিৱসেনাৰ নেতা সঞ্জয় ৰাউট

ED grills Sanjay Raut: ১০ ঘণ্টা ধৰি ইডিৰ জেৰাৰ সন্মুখীন হ’ল শিৱসেনাৰ নেতা সঞ্জয় ৰাউট

IND vs ENG: পন্টৰ বিস্ফোৰক শতক, জাদেজাৰ অপ্ৰতিৰোধ্য বেটিঙেৰে এজবাষ্টনত ইংলেণ্ডক উভতি ধৰিলে ভাৰতে

IND vs ENG: পন্টৰ বিস্ফোৰক শতক, জাদেজাৰ অপ্ৰতিৰোধ্য বেটিঙেৰে এজবাষ্টনত ইংলেণ্ডক উভতি ধৰিলে ভাৰতে

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd