• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উপ নির্বাচনত য়ু ডি পিৰ হৈ প্রতিদ্বন্দ্বিতা আগবঢ়াব মেঘালয়ৰ প্রাক্তন মন্ত্রী ছায়েডুল্লাহ নংৰামে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2019 12:52 pm
Sayedullah-Nongrum-former-minister-and-ind-candidate-Tikrikilla

মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী ছায়েডুল্লাহ নংৰামৰ ফাইল ফটো

117
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ত অহা ১১ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ লগতে ছেলছেল্লা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। সেয়ে নিৰ্বাচনী তৎপৰতা প্ৰদৰ্শন কৰি য়ুনাইটেড ডেম’ক্ৰেটিক পাৰ্টী চমুকৈ য়ু ডি পিয়ে ছেলছেল্লা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰাক্তন মন্ত্ৰী ছায়েডুল্লাহ নংৰামক।

য়ু ডি পিৰ উপ অধ্যক্ষ এলাণ্ট্ৰি ফ্ৰেংকলিন ধৰে কয় যে দলে প্ৰাৰ্থী সন্দৰ্ভত বহুবাৰ আলোচনা কৰাৰ অন্তত ছায়েদুল্লাহক প্ৰাৰ্থিত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে ছেলছেল্লা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছী বিধায়ক ক্লিমেণ্ট মাৰাকৰ যোৱা বৰ্ষৰ ৮ অক্টোবৰত আকস্মিক মৃত্যু হোৱাত তেতিয়াৰ পৰাই খালী হৈ আছে উক্ত আসনখন।

ইফালে এন পি পিৰ তৰফৰ পৰা ফেয়েৰলাইন চি এ চাংমাক আৰু কংগ্ৰেছে ক্লিমেণ্টৰ পত্নী জুন এলিনা আৰ মাৰাকক প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা বৰ্ষৰ ফেব্ৰুৱাৰি মাহত অনুষ্ঠিত হোৱা মেঘালয় বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ বিধায়ক হিচাপে পুনৰবাৰ নিৰ্বাচিত হৈছিল ক্লিমেণ্ট মাৰাক। তেওঁ কংগ্ৰেছ চৰকাৰৰ শক্তি তথা খাদ্য আৰু অসমাৰিক যোগান বিভাগৰ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল।

মাৰাকৰ দেহাৱসানৰ পিছত ৬০টা সমষ্টিৰে গঠিত মেঘালয়ৰ বিধানসভাত এতিয়া কংগ্ৰেছৰ বিধায়ক আছে ১৯ গৰাকী।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd