• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উৰণ বাতিলত অতিষ্ঠ যাত্ৰীয়ে ইম্ফল এয়াৰপ’ৰ্টত সৃষ্টি কৰিলে অপ্ৰীতিকৰ পৰিস্থিতি

NE NOW NEWS
ইম্ফল , January 13, 2018 8:12 pm

1 min read

উৰণ বাতিলত অতিষ্ঠ যাত্ৰীয়ে ইম্ফল এয়াৰপ’ৰ্টত সৃষ্টি কৰিলে অপ্ৰীতিকৰ পৰিস্থিতি
76
VIEWS
Share on FacebookShare on Twitter

আজি ইম্ফলৰ পৰা গুৱাহাটীলৈ আহিব লগীয়া ইণ্ডিগ’ এয়াৰ লাইনছৰ এখন বিমানৰ উৰণ বাৰে বাৰে পিছুৱাই থকাৰ পিছত অতিষ্ঠ যাত্ৰীসকলে এয়াৰপ’ৰ্টটোত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

জানিব পৰা মতে আজি পুৱা ৯.৪৫ বজাত গুৱাহাটীলৈ আহিব লগীয়া IndiGo 6E 687 বিমানখনৰ উৰণ কেইবা বাৰো পিছুৱাই দিয়া হয়।

তাৰো পিছত ২.৩০ বজাত বিমানখনৰ উৰণ বাতিল কৰা হয়। এয়াৰপ’ৰ্ট কৰ্তৃপক্ষই তেওঁলোকে নিজৰ দায়িত্ব নিজে ল’বলৈ আহ্বান জনায়।

ইমান পৰে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি অতিষ্ঠ হৈ পৰা প্ৰায় ১৭৪ জন যাত্ৰীৰ তেতিয়া ধৈৰ্য্যৰ সীমা ছিগি যায়। যাত্ৰীসকলে চিঞৰ-বাখৰ কৰি এয়াৰপ’ৰ্টটোত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।

এই সন্দৰ্ভত মন্তব্য দিবলৈ বিমান পৰিবহণ কোম্পানীটোৰ কোনো কৰ্মকৰ্তাক পোৱা নগ’ল।

উল্লেখযোগ্য যে এই মাহৰ প্ৰথমভাগতে এখন সংসদীয় সমিতিয়ে এজন যাত্ৰীক বিমান কোম্পানীৰ কৰ্মচাৰীয়ে গঁতা মৰাৰ ঘটনা এটাৰ গৰিহণা দিছিল আৰু কৈছিল যে বিমান পৰিবহণ সংস্থাবোৰ যাত্ৰীৰ অনুকূল হোৱা উচিত। তেওঁলোকে যাত্ৰীসকলক সুব্যৱহাৰ কৰিবলৈ শিকিব লাগে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd