DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইচ আই ভি/এইডছৰ বিৰুদ্ধে যুঁজ : মিজোৰাম ৰাজ্যিক এইডছ নিয়ন্ত্রণ সমিতিৰ সৈতে আইজল এফ চিৰ বুজাবুজিৰ চুক্তি

ছাংজুৱালা হামৰ by ছাংজুৱালা হামৰ
March 2, 2018 12:11 pm
Aizawl-FC-570x320
110
VIEWS
Share on FacebookShare on Twitter

সামাজিক দায়বদ্ধতাৰ দিশত এক অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰি আইজল এফ চিয়ে বৃহস্পতিবাৰে মাদক দ্ৰব্য প্ৰচলনৰ বিৰুদ্ধে আৰু এইচ আই ভি-এইডছ প্ৰতিৰোধৰ বাবে যৌথ প্ৰচেষ্টাৰে কাম কৰিবলৈ মিজোৰাম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

তেওঁলোকে এই কামৰ বাবে  জ’লনুৱাম, কউনপুৰী, খাউজউল আৰু লেংপুই চহৰত থকা আইজল এফ চিৰ চাৰিখন একাডেমী নিৰ্বাচিত কৰিছে।

মাদক দ্ৰব্য তথা সুৰাৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে সামাজিক সমস্যাসমূহক লৈ চিন্তা কৰাৰ বাবে আইজল এফ চি অতি পৰিচিত নাম।

প্ৰকৃততে, ক্লাৱটোৱে তেওঁলোকৰ  বিত্তীয় সাহায্যৰ অত্যন্ত প্ৰয়োজনত মদৰ কোম্পানীসমূহৰ পৰা স্প’নছৰশ্বিপ আৰু সাহায্য গ্ৰহণ কৰিবলগীয়া হয় যদিও নৈতিকতা আৰু খ্ৰীষ্টান মতবাদৰ ভিত্তিত তেওঁলোক ইয়াৰ বাবে ব্যথিত।

চুক্তি পত্ৰত স্বাক্ষৰ কৰিছে মিজোৰাম এইডছ নিয়ন্ত্ৰণ সমিতিৰ হৈ প্ৰকল্প সঞ্চালক ড০ লালমালছামি ছাইলো আৰু আইজল এফ চিৰ সভাপতি তথ্য স্বত্ত্বাধিকাৰী ৰবাৰ্ট আৰ ৰয়টে।

ইয়াৰ মাজতে শুকুৰবাৰে আইজল এফ চিয়ে বৰ্তমান চলি থকা হিৰো আই লীগৰ ফাইনেলত শক্তিশালী গোকুলম এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

১৭ খন খেলেৰে ২১ পইন্ট সংগ্ৰহেৰে তালিকাত স্থান লাভ কৰা আইজল এফ চিৰ যোৱাবাৰৰ খিতাপ বিজয়ী প্ৰদৰ্শনৰ প্ৰতিফলন বিচাৰি পোৱাটো কঠিন হৈ পৰিছে।

 

 

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd