• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই বছৰৰে জুনৰ ভিতৰত ৰাইজলৈ মুকলি কৰি দিয়া হ’ব বগীবিল দলং

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2018 12:56 pm
BogiBeel
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰৰ মানুহে ইপাৰ সিপাৰ হোৱাত ভুগি থকা দীৰ্ঘদিনীয়া সমস্যাৰ প্ৰতি সমাধান কঢ়িয়াই দীৰ্ঘ প্ৰতীক্ষিত স্থলপথ-ৰে’লপথযুক্ত বগীবিল দলং অৱশেষত চলিত বছৰৰ জুন মাহত সম্পূৰ্ণ হৈ উঠাৰ পথত আগবাঢ়িছে।

দায়িত্বত থকা এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে দলংখনৰ তলৰ খলপাৰ মুঠ ৪১টা ধৰণীৰ ২৯টাতেই ৰে’লৰ ছিৰি দিয়া আৰু ওপৰৰ খলপাত গাড়ী যোৱাৰ বাবে পকীকৰণৰ কাম সম্পূৰ্ণ হৈ উঠিছে। লগতে চলিত সপ্তাহত ৩২সংখ্যক ধৰণীটোলৈকে কাম সম্পূৰ্ণ হোৱাৰ আশা আছে।

Apply Now

সূত্ৰটোত প্ৰকাশ পোৱা মতে অৱশিষ্ট নটা ধৰণীৰ ওপৰত গাড়ী যোৱা পথ পকীকৰণৰ কাম পৰৱৰ্তী দুমাহৰ ভিতৰত আৰু ৰে’লপথ স্থাপনৰ কাম পৰৱৰ্তী ৩ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব।

একে সময়তে দলং সংযোগী ডিব্ৰুগড়ৰ ধামালগাঁৱৰ ওচৰত থকা ৰাষ্ট্ৰীয় ঘাইপথ-৫২ (খ) পথটোৰ নিৰ্মাণৰ কামো আগ বাঢ়ি আছে। দক্ষিণ পাৰৰ লেপেটকটাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ক সংযোগ কৰা পথটোৰ নিৰ্মাণো অহা ৩ৰ পৰা ৪ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা।

দলংখন সকলো দিশৰ পৰা সম্পূৰ্ণ হোৱাৰ পিছত ৰে’ল ভ্ৰমণ আৰু ৰে’লগাড়ী চলাচলৰ নিৰাপত্তাৰ দিশসমূহ চোৱা-চিতাৰ দায়িত্বত থকা ৰে’ল সুৰক্ষা আয়োগৰ এটা সঁজাতী দলে দলংখন নিৰীক্ষণ কৰিব।

সূত্ৰটোৱে জনোৱা মতে, ৰে’লপথ নিৰাপত্তা আয়োগৰ পৰা সেউজ সংকেত লাভ কৰাৰ পিছতে এই দলংখন জনসাধাৰণলৈ উৎসৰ্গা কৰা হ’ব।

জানিব পৰা মতে আনুমানিক ৫৫০০ কোটি টকা ব্যয়সাপেক্ষ প্ৰায় ৪.৯৪ কিঃ মিঃ দৈৰ্ঘ্যৰ বগীবিল দলংখন দেশৰ ভিতৰতে দীৰ্ঘতম ৰে’লপথ-স্থলপথযুক্ত দলং হিচাপে পৰিগণিত হৈছে।

তিনিটা লেনযুক্ত এই দলংখনৰ দুয়োফালে পদপথ থাকিব আৰু দলংখনৰ গাঁথনিত বৈদ্যুতিক আলোকৰ ব্যৱস্থা কৰা হ্’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd