• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এক দশক পাছতো চলি থাকিব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া : প্ৰাক্তন গৃহ সচিব পিল্লাইৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2018 3:02 pm
NRC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনআৰচি চমুকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পাছত বাংলাদেশী বুলি চিনাক্ত হোৱা এজনো লোকক গ্ৰহণ নকৰে বাংলাদেশে। ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত একাধিক দ্বিপাক্ষিক বৈঠকত দিল্লীৰ তৰফৰ পৰা বাংলাদেশী অনুপ্ৰৱেশৰ কথা উত্থাপন কৰা হৈছিল। পিছে দেশখনে অসম কিম্বা ভাৰতত বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে বুলি মানি লোৱা নাই। বাংলাদেশৰ আৰ্থ-সামাজিক অৱস্থা ভাৰততকৈ যথেষ্ট উন্নত বুলি যুক্তি প্ৰদৰ্শনেৰে নতুন দিল্লীৰ এই অভিযোগ ঢাকাই বাৰম্বাৰ অস্বীকাৰ কৰি আহিছে।

দ্বিপাক্ষিক বৈঠকৰ ‘মাইনিউটছ’ কেন্দ্ৰীয় গৃহ বিভাগৰ কাৰ্যালয়ত মজুত আছে। কোনোৱাই আৰ টি আই কৰিলেই এই কথা ওলাই পৰিব।‘—নতুন দিল্লীত কালি অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী’ শীৰ্ষক এক আলোচনা-চক্ৰত অতি তাৎপৰ্যপূৰ্ণ এই বক্তব্য কৰিছে কেন্দ্ৰৰ প্ৰাক্তন গৃহ সচিব গোপালকৃষ্ণ পিল্লাই।

Apply Now

দ্বিপাক্ষিক পৰ্যায়ৰ আলোচনাকালত তেওঁ নিজেই একাধিকবাৰ উপস্থিত থকা বুলি উল্লেখ কৰি পিল্লায়ে কয় যে এনআৰচিৰ পৰা বাদ যোৱা লোকসকলক কোনোপধ্যেই বাংলাদেশলৈ খেদি পঠিওৱাটো সম্ভৱ নহয়। সেয়েহে চিহ্নিত বাংলাদেশীসকলক ‘ৱৰ্ক পাৰ্মিট’ প্ৰদান কৰিব লাগে বুলি তেওঁ কয়।

পিল্লায়ে কয় যে কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিব হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকাৰ সময়ত তেওঁ তদানীন্তন গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানিৰ ওচৰতো ৱৰ্ক পাৰ্মিটৰ বিষয়টো উত্থাপন কৰিছিল। পাছত কেন্দ্ৰীয় গৃহ সচিব হিচাপে তদানীন্তন গৃহমন্ত্ৰী পি চিদাম্বৰমৰ সৈতেও ৱৰ্ক পাৰ্মিটৰ বিষয়টো আলোচনা কৰিছিল।

কিন্তু বিজেপিয়েই হওক বা কংগ্ৰেছ হওক ৱৰ্ক পাৰ্মিটৰ বিষয়টো মুঠেই মানি ল’ব বিচৰা নাছিল বুলি পিল্লায়ে শুকুৰবাৰে জানিবলৈ দিয়ে।

আনহাতে ৩০ জুনৰ নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ পালেই যে অবৈধ বাংলাদেশীক চিনাক্ত হ’ব, সেই কথা ভাবিব নোৱাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে পিল্লাই। পিল্লাইৰ দাবী— ‘এক দশক পাছতো ৰাষ্ট্ৰীয় নাগৰিকৰপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া অব্যাহত থাকিব’। আলোচনা চক্ৰত কৃষক নেতা অখিল গগৈ উপস্থিত থাকে যদিও এই সন্দৰ্ভত কোনো বক্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd