DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ উত্তৰ ত্ৰিপুৰাৰ ৰাউণ্ডচাৰা গাওঁবাসীৰ

পান্না ঘোষ by পান্না ঘোষ
March 22, 2018 7:13 pm
World-Water-Day-570x320

ত্ৰিপুৰাৰ ধৰ্মনগৰৰ দাঁতিকাষৰীয়া ডামচাৰা পাহাৰত এটা জলাশয়ৰ পৰা জনজাতীয় মহিলাই খোৱা পানী কঢ়িয়াই অনা দেখা গৈছে। ফটো : লাভ্লি ঘোষ

396
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বই বিশ্ব জল দিৱস পালনৰ বাবে সাজু হোৱাৰ সময়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক লোকে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।

উত্তৰ ত্ৰিপুৰাৰ অন্তৰ্গত পানীসাগৰ মহকুমাৰ অধীনৰ ৰাউণ্ডচাৰা এডিচি নামৰ গাওঁখনত ৰাইজৰ বাবে এতিয়া খোৱা পানীৰ উৎস এটা লেতেৰা সুঁতি।

গাওঁখনত মুঠতে ৪৪ টা ৰিয়াং সম্প্ৰদায়ৰ পৰিয়াল আছে। তেওঁলোকে স্বাধীনতাৰ সময়ৰে পৰা গাওঁখনত বাস কৰি আছে। দেশৰ স্বাধীনতা লাভৰ ইমান বছৰ পিছতো গাওঁখনৰ বাসিন্দাসকলে এতিয়াও এটুপি বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰিব পৰা নাই।

গাওঁখনত এটা অংগনবাদী কেন্দ্ৰ আৰু এখন নিম্ন বুনিয়াদী বিদ্যালয় আছে, কিন্তু তাত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাই। গাওঁখনৰ বেছিভাগ লোকেই অষ্টম শ্ৰেণীলৈকে পঢ়া। জানিব পৰা মতে গাওঁবাসীয়ে স্বাস্থ্যজনিত সমস্যাত ভূগি থাকিবলগীয়া হৈছে।

গাওঁবাসীয়ে বাওঁমৰ্চা চৰকাৰ থকা সময়ত কেইবাবাৰো সংশ্লিষ্ট কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছিল যদিও কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে।

গাওঁখনত উপযুক্ত পথ আৰু পৰিবহনৰ সুবিধাও নাই।

অৱশ্যে, বছৰ বছৰ ধৰি বঞ্চিত হৈ অহাৰ পিছত গাওঁবাসীয়ে আশা ব্যক্ত কৰিছে যে বিজেপি বিধায়কগৰাকীয়ে গাওঁখনত বুনিয়াদী সুবিধাসমূহ উন্নত কৰি তোলাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেওঁলোকে আশাৰ ৰেঙণি দেখা পাইছে।

Recent News

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd