DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এডৱাৰ্ড লিষ্টছ প্ৰতিযোগিতাত চেম্পিয়ন ‘ধিং এক্সপ্ৰেছ’ হিমা দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2018 9:15 am
Hima Das

ফাইল ফটো : হিমা দাস

115
VIEWS
Share on FacebookShare on Twitter

এথলেটিকছ জগতত নতুনকৈ সংযোজন হৈছে এক চাঞ্চল্যকৰ নাম হিমা দাস। হয় এই হিমা দাসে সদ্য সমাপ্ত কমনৱেলথ গেইমছত দূৰন্ত গতিৰ পৰিচয় দাঙি ধৰি সমগ্ৰ বিশ্ববাসীকে স্তম্ভিত কৰি তুলিছিল। ঠিক সেইদৰে পুনৰ এবাৰ নিজৰ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰি শ্ৰেষ্ঠত্ব আজুৰিলে বিদেশী ৰাষ্ট্ৰ পোলেণ্ডত।

অসমৰ উদীয়মান স্প্ৰিণ্টাৰ তথা এথলেটিকছ জগতত ইতিমধ্যে ‘ধিং এক্সপ্ৰেছ’ নামেৰে পৰিচয় লাভ কৰা হিমা দাসে পোলেণ্ডৰ ৰক্‌ল’ত অনুষ্ঠিত এডৱাৰ্ড লিষ্টছ সোঁৱৰণী এথলেটিকছৰ ২০০ মিটাৰ শাখাত বিজয়ীৰ সন্মান অৰ্জন কৰিছে। হিমাই ২০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লয় মাত্ৰ ২৩.৩৪ ছেকেণ্ড।

উল্লেখ্য যে আগন্তুক বিশ্ব জুনিয়ৰ আৰু এছিয়ান গেমছৰ প্ৰস্তুতিৰ অংশ হিচাপে পোলেণ্ডত প্ৰায় এমাহৰ এক প্ৰশিক্ষণ গ্ৰহণ কৰা হিমাই অহা ২৩ জুনত স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰিব।

অসমলৈ উভতি অহাৰ পিছত হিমা দাসে ২৬ জুনৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাজ্যিক এথলেটিক প্ৰতিযোগিতাত ভাগ ল’ব বুলি প্ৰশিক্ষক নিপন দাসে জনাইছে।

আনহাতে আন্তঃৰাজ্যিক এথলেটিকছত ভাগ লোৱাৰ পাছতেই বিশ্ব জুনিয়ৰ এথলেটিকছত অংশ ল’বলৈ ফিনলেণ্ডলৈ ৰাওনা হ’ব হিমা দাস।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd