• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিত নাম নাহিব বুলি মানসিক চাপ সহ্য কৰিব নোৱাৰি ওদালগুৰিত এজনৰ আত্মহত্যা

NE NOW NEWS চাজিদ খান
ওদালগুৰি , June 14, 2018 8:43 am

1 min read

nrc-suicide-1-570x320

ফটো : নৰ্থইষ্ট নাও

100
VIEWS
Share on FacebookShare on Twitter

নিজকে এগৰাকী ভাৰতীয় নাগৰিক বুলি প্ৰমান কৰিব নোৱাৰাৰ মানসিক চাপ সহ্য কৰিব নোৱাৰি সোমবাৰে নিশা ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত নিছলামাৰী গাঁৱৰ গোপাল দাস(৬৫) নামৰ এজন লোকে আত্মহত্যা কৰাৰ বাতৰি পোৱা গৈছে।

সাধাৰণ শ্ৰেণীৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত সোমোৱাৰ দিশত সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ ব্যৰ্থ হোৱাৰ ই এক উদাহৰণ নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে।

জানিব পৰা মতে দৈনিক হাজিৰা কৰা দাসে ১৯৬৬ চনৰ ভোটাৰ তালিকাত নাম থকা সত্বেও তেওঁৰ নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰাৰ তীব্ৰ মানসিক চাপত ভূগি আছিল।

তেওঁৰ পৰিয়ালৰ লোকে জনায় যে তেওঁ ওদালগুৰিৰ বিদেশী ন্যায়াধীকৰণৰ পৰা এখন জাননী লাভ কৰাৰ পিছত ন্যায়ৰ দুৱাৰে দুৱাৰে ঘুৰি ইতিমধ্যে উকীলৰ মাচুলৰ নামত ১৫,০০০ টকা খৰচ কৰিছিল।

তেওঁলোকে লগতে জানিব দিয়ে যে তেওঁ এন আৰ চিত তেওঁৰ নাম নাহিব পাৰে বুলি চিন্তিত হৈ পৰিছিল।

আত্মহত্যাৰ ঘটনাটো সংঘটিত হোৱাৰ পিছত বৃহৎ সংখ্যক লোক ঘটনাস্থলীত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

‘’তেওঁৰ মৃতদেহৰ মৰমোত্তৰ পৰীক্ষা কৰাৰ লগতে তদন্ত আৰম্ভ কৰা হৈছে,’’-কৰ্তব্যত থকা উপ পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়ে।

বিষয়াগৰাকীয়ে লগতে কয় যে আত্মহত্যাৰ ঘটনাটোক এন আৰ চিৰ লগত সম্পৰ্কিত কৰাটো এতিয়া অতি আগতীয়া হ’ব।

‘’ সঠিক অনুসন্ধানৰ পিছত প্ৰকৃত সত্য পোহৰলৈ আহিব,’’-তেওঁ কয়।

Recent News

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd