• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান বৰপেটাৰ চক্ৰ বিষয়া পল্লবী গগৈৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 28, 2018 9:54 pm
Dhanbahdha
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘এন আৰ চিৰ অপপ্ৰচাৰত ভোল নাযাব। কিয়নো এন আৰ চিকলৈ ভয় আৰু শংকাৰ কোনো কাৰণ নাই’। এই মন্তব্য বৰপেটাৰ চক্ৰ বিষয়া পল্লবী গগৈৰ ।

আজি বৰপেটাৰ ধানবান্ধাত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ সন্দৰ্ভত অনুষ্ঠিত এখন সজাগতা সভাত চক্ৰ বিষয়াগৰাকীয়ে এই মন্তব্য আগবঢ়ায়।

বৰপেটা সদৰ থানাৰ উদ্যোগত আৰু ৯৯ নং বাহমূৰা গাওঁ পঞ্চায়ত এলেকাৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত অনুষ্ঠিত সজাগতা সভাখনত অংশগ্ৰহণ কৰি চক্ৰ বিষয়াগৰাকীয়ে পুনৰ কয় যে এন আৰ চিত বহু লোকৰ নাম বাদ পৰিব বুলি অপ-প্ৰচাৰ চলিছে। এচাম দুষ্কৃতিকাৰীয়ে এনে অপ-প্ৰচাৰৰ জৰিয়তে এন আৰ চিৰ কাম সম্পূৰ্ণ হোৱাত বাধাৰ সৃষ্টি কৰিছে।

ইয়াৰ উপৰি ৩০ জুনৰ পিছত দাবী আৰু নিস্পত্তিৰ বাবে ৰাইজে সুযোগ পাব বুলি উল্লেখ কৰি বিষয়া গৰাকীয়ে ৰাইজৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে। অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ ৰাইজৰ সহযোগত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে চক্ৰ বিষয়া গৰাকীয়ে।

আনহাতে সজাগতা সভাখনত অংশ গ্ৰহণ কৰি বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় কলিতাই কয় যে, এচাম দুষ্কৃতিকাৰীয়ে বহু লাখ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব বুলি উৰাবাতৰি বিয়পাইছে। তেনে উৰাবাতৰিত ভোল নাযাবলৈ ৰাইজক আহ্বান জনায় আৰক্ষী বিষয়া গৰাকীয়ে।

কোনো ভাৰতীয় লোকৰ নাম যাতে বাদ নপৰে অথবা কোনো বিদেশীৰ নাম যাতে এন আৰ অন্তৰ্ভূক্ত নহয় তাৰ বাবে প্ৰশাসনে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা বুলি কয় আৰক্ষী বিষয়া গৰাকীয়ে।

ডি’ ভোটাৰৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত নহয় বুলি উল্লেখ কৰি এই সকল লোকৰ নাম ‘হোল্ড’ কৰি ৰখা হব বুলি কয়। ন্যায়ালয়ত স্বদেশী বুলি ৰায় দান লাভ কৰাত পিছতহে তেনে লোকৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হব বুলি সদৰি কৰে।

এন আৰ চি সন্দৰ্ভত যি কোনো পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে আৰক্ষী আৰু প্ৰশাসন সাজু বুলিও উল্লেখ কৰে।

জি বি হাইমাদ্ৰাছাৰ প্ৰধান শিক্ষক মোঃ নুৰুল হকৰ সভাপতিত্বত আৰু বৰপেটা থানাৰ চক্ৰ সংগঠক যোগেন্দ্ৰ নাথ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সজাগতা সভাখনত বৰপেটা ৰাজহ চক্ৰ বিভাগৰ ভাস্কৰ ডেকাইও ভাষণ প্ৰদান কৰে। সভাখনত স্থানীয় ফজলুৰ ৰহমান, অভিনাশ চৌধুৰী, জিন্নত আলী, দৌলত খান, সৰবেশ আলীৰ লগতে গৰেমাৰী পথাৰ, উত্তৰ গৰেমাৰী পথাৰ, বাহমূৰা, ধানবান্ধা, দেউৰীকুছি আৰু সনকুছি গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd