DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ কাম লেহেমীয়া কৰাৰ বাবে বানপানী এটা অজুহাত : ৰিপুন বৰা

অণিৰ্বান পাঠক by অণিৰ্বান পাঠক
June 19, 2018 8:04 pm
RipunBora
94
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ কেবাখনো জিলা বানৰ কৱলত পৰাৰ বাবে অহা ৩০ জুনত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ ক্ষেত্ৰত এন আৰ চিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাই অনিশ্চয়তা প্ৰকাশ কৰাৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এন আৰ চিৰ কাম লেহেমীয়া কৰাৰ বাবে বানপানী কেৱল এক অজুহাত।

মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত ৰিপুন বৰাই এই মন্তব্য কৰে। তেওঁ লগতে কয়, ‘উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টো যিমান গুৰুত্বসহকাৰে লৈছে অসমৰ এন আৰ চি কৰ্তৃপক্ষই বিষয়টো সিমান গুৰুত্বসহকাৰে লোৱা নাই।’

ৰাজ্যত বানপানী হোৱাৰ সুযোগ গ্ৰহণ কৰি এন আৰ চি কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় নাগৰিপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া দিন পিছুৱাই নিব বিচাৰিছে বুলি তেওঁ মন্তব্য কৰে।

আনহাতে, বৰাকৰ কাচাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ বহুকেইটা এন আৰ চি সেৱা কেন্দ্ৰ বানত ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰতীক হাজেলাই প্ৰকাশ কৰা তথ্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰিপুন বৰাই ইয়াৰ বাবে এন আৰ চি কৰ্তৃপক্ষ আৰু অসম চৰকাৰক জগৰীয়া কৰে। তেওঁ কয়, ‘যিহেতু বাৰিষাকাল ওচৰ চাপি আহিছে গতিকে বানপানীৰ কৱলত পৰিব পৰা ঠাইত থকা এন আৰ চি সেৱাকেন্দ্ৰসমুহ চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষই স্থানান্তৰ কৰাৰ ব্যৱস্থা নল’লে কিয়?’

তদুপৰি এই কেন্দ্ৰসমূহত থকা গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ ক্ষতিসাধন হ’লে বা হেৰালে নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত ব্যাঘাট জন্মিব বুলিব বুলি কৈ তেওঁ এই ক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষ আৰু চৰকাৰৰ অমনোযোগিতাক সমালোচনা কৰে।

Recent News

women in Afghanistan

“দুষ্ট নাৰী”ক ঘৰৰ ভিতৰত আৱদ্ধ কৰিছে তালিবানে: জনালে তালিবানৰ শীৰ্ষ নেতা চিৰাজুদ্দিন হাক্কানিয়ে

Qutb Minar

এইবাৰ লক্ষ্য কুতুব মিনাৰ! ৰাজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব মিনাৰ!

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd