DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ চূড়ান্ত খচৰা : ৩খন জিলাৰ বানপানীৰ অজুহাতত গোটেই অসমক বঞ্চিত নকৰিব, আহ্বান গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 21, 2018 10:44 pm
এন আৰ চিৰ চূড়ান্ত খচৰা : ৩খন জিলাৰ বানপানীৰ অজুহাতত গোটেই অসমক বঞ্চিত নকৰিব, আহ্বান গগৈৰ
75
VIEWS
Share on FacebookShare on Twitter

অসমৰ কেইখনমান জিলাত হোৱা বানপানীৰ বাবে অহা ৩০ জুনত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ ক্ষেত্ৰত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই অনিশ্চয়তা প্ৰকাশ কৰাৰ পিছতে বিষয়টোক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা সময়সীমা অনুসৰিয়ে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দাবী জনাইছে।

‘বৰাকৰ মাত্ৰ তিনিখন জিলাত বানপানী হোৱাৰ অজুহাত লৈ অহা ৩০ জুনত তালিকাখন ঘোষণা কৰিব নোৱাৰাৰ কাৰণ কি?’ গগৈৰ প্ৰশ্ন।

অসমৰ ৰাইজে বাট চাই থকা এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা ‘বঞ্চিত’ নকৰিবলৈআহ্বান জনাই গগৈয়ে প্ৰশ্ন কৰে ‘হাইলাকান্দি, কৰিমগঞ্জক বাদ কৰি বাকীকেইখন জিলাৰ এন আৰ চি তালিকা ঘোষণা কৰাত আপত্তি কি?’

এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলা বিজেপি চৰকাৰৰ দ্বাৰা ‘মটিভে’টেড’ হোৱা বুলি আশংকা প্ৰকাশ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে যোৱা ৫ বছৰ ধৰি বিষয়াজনে  ‘অদক্ষতা’ প্ৰদৰ্শন কৰি আহিছে।

শুদ্ধ এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে একো বিশেষ ব্যৱস্থা হাতত লোৱা নাই বুলিও গগৈয়ে দাবী কৰে।

অসমৰ গৃহ বিভাগে কেন্দ্ৰৰ পৰা নিৰাপত্তা বাহিনীৰ ১৫০টা বেটেলিয়ান বিচৰাক লৈয়ো গগৈয়ে সন্দেহ প্ৰকাশ কৰে। ‘১৫০ টা বেটেলিয়ন কিয় বিচাৰিব লগীয়া পৰিস্থিতি হৈছে,’ গগৈৰ প্ৰশ্ন।

এন আৰ চিত যদি প্ৰকৃত ভাৰতীয়ৰ নাম নাথাকে, তেন্তে তেওঁলোক ক্ষুণ্ণ হোৱাটো স্বাভাৱিক বুলি মন্তব্য কৰি গগৈয়ে লগতে কয় ‘যদি বিদেশীৰ নাম নাথাকে, তাত আপত্তি কৰিবলগীয়া কি আছে?’

Recent News

হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd