• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি তালিকাত নাম নহাসকলৰ নাম ৰাজহুৱা কৰা নহ’ব : উচ্চতম ন্যায়ালয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 8, 2018 11:59 pm

1 min read

এন আৰ চি তালিকাত নাম নহাসকলৰ নাম ৰাজহুৱা কৰা নহ’ব : উচ্চতম ন্যায়ালয়
82
VIEWS
Share on FacebookShare on Twitter

আজি লোৱা এক গুৰুত্বপুৰ্ণ সিদ্ধান্ত মৰ্মে উচ্চমত ন্যায়ালয়ে জনায় যে যিসকল ব্যক্তিৰ নাম এন আৰ চি তালিকাত অহা নাই তেওঁলোকৰ নাম ৰাজহুৱা কৰা নহ’ব, উক্ত ব্যক্তি সকলে নিজৰ নামৰ পৰীক্ষণৰ বাবে এন আৰ চি পৰীক্ষণ কেন্দ্ৰলৈ আহিব লাগিব।

ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি বাহাল ৰখাত এই সিদ্ধান্তই সহায় কৰিব বুলি এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই উল্লেখ কৰে। উল্লেখযোগ্য যে উক্ত সিদ্ধান্ত বিচাৰি প্ৰতীক হাজেলাই আজি উচ্চমত ন্যায়ালয়ৰ কাষ চাপিছিল।

ইয়াৰ উপৰি হাজেলাই উচ্চমত ন্যায়ালয়ৰ পৰা এন আৰ চি পৰীক্ষণ কেন্দ্ৰত নথি-পত্ৰৰ নিৰিক্ষণৰ অনুমতি বিচাৰে।

ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ নাৰিমানৰ দুজনীয়া বিচাৰপীঠে উক্ত অনুৰোধ মানি লোৱাৰ লগতে ৩০ জুনৰ ভিতৰত  এন আৰ চিৰ সম্পুৰ্ণ তালিকা প্ৰকাশ কৰাৰ বাবে যাৱতিয় পদক্ষেপ লবলৈ আহ্বান জনায়।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd