• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি : বিদেশী ঘোষিত লোকৰ আত্মীয়ৰো বাট বন্ধ; উচ্চ ন্যায়ালয়ে বাহাল ৰাখিলে প্ৰতীক হাজেলাৰ নিৰ্দেশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 22, 2018 11:37 pm

1 min read

nrc assam
81
VIEWS
Share on FacebookShare on Twitter

বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষিত কৰা লোকৰ আত্মীয়ৰ নামো অন্তৰ্ভুক্ত নহ’ব এন আৰ চিত। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই দিয়া এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই তৰা এক গোচৰৰ শুনানিত আজি ২২ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে হাজেলাৰ নিৰ্দেশত কোনো ত্ৰুটি নাই বুলি ৰায় দিয়ে।

ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ৰুমী কুমাৰী ফুকনৰ বিচাৰপীঠে দিয়া এই ৰায়ৰ ফলত বিদেশী বুলি ঘোষিত লোকৰ আত্মীয়ৰ নাম এন আৰ চিত সোমোৱাৰ পথ ৰুদ্ধ হ’ল।

হাজেলাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আজিজুল হক নামৰ এজন ব্যক্তিয়ে তৰা লেখ আবেদনৰ (নং ৩৪৩২/২০১৮) কালি ২১ জুনত হোৱা শুনানিত কেন্দ্ৰীয় চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষকে ধৰি মুঠ ৫টা পক্ষক পদকীয়া কৰিছিল।

গোচৰটোত আবেদনকাৰী আজিজুল হকৰ হৈ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মেহমুদ পাছা আৰু এন আৰ চি কৰ্তৃপক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা, অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্তই যুক্তি প্ৰদৰ্শন কৰিছিল।

উল্লেখযোগ্য যে প্ৰতীক হাজেলাৰ নিৰ্দেশটোক লৈ পূৰ্বে কংগ্ৰেছ দলেও আপত্তি কৰিছিল।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd