• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন চি পিয়ে মেঘালয় নিৰ্বাচনৰ বাবে আজি ঘোষণা কৰিলে আৰু ৬ জন প্ৰাৰ্থীৰ নাম

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , January 25, 2018 8:52 pm

1 min read

এন চি পি

এন চি পি

94
VIEWS
Share on FacebookShare on Twitter

এন চি পিয়ে অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগা মেঘালয় বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আন ৬ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

এন চি পিৰ ৰাজ্যিক কাৰ্য্যকৰী সভাপতি ৱিজয় ৰাজে শ্বিলঙত আজি সন্ধিয়া কিছু সময় পূৰ্বে এই নামসমূহ ঘোষণা কৰে।

আজি প্ৰকাশিত তালিকা অনুসৰি গামবেগ্ৰে সমষ্টিত দুবাৰৰ বিধায়ক তথা দলটোৰ ৰাজ্যিক সভাপতি চালেং চাংমা, দালু সমষ্টিত দৰেন্দ্ৰ চাংমা, খাৰকুত্তা সমষ্টিত প্ৰিয়ম চাংমা, তিক্ৰিকিল্লা সমষ্টিত নিলকমল চাংমা, ৰেচুবেলপাৰা সমষ্টিত ডঃ তুইল মাৰাক আৰু ৰংজেং সমষ্টিত প্ৰাক্তন বিধায়ক দেচাং চাংমাই দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এন চি পিয়ে প্ৰকাশ কৰা মেঘালয় নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকাত ৬ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল।

গামবেগ্ৰে সমষ্টিৰ পৰা প্ৰথমবাৰ ২০০৮ চনত কংগ্ৰেছৰ হৈ আৰু দ্বিতীয়বাৰ ২০১৩ চনত নিৰ্দলীয়ভাৱে বিজয়ী হোৱা  চালেং চাংমাই যোৱা ১৫ জানুৱাৰিত দলটোত যোগ দি ৰাজ্যিক এন চি পিৰ নতুন সভাপতি হিচাপে দ্বায়িত্ব গ্ৰহণ কৰিছিল।

সৰ্বভাৰতীয় দলটোৰ অন্যতম প্ৰতিস্থাপক পি এ’ চাংমা মেঘালয়ৰে আছিল যদিও এতিয়ালৈকে ৰাজ্যখনত দলটোৱে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Recent News

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

index.jpg8

কৰোনাৰ আতংকত কঁপিছে দেশ! : ২ সপ্তাহৰ লকডাউন ঘোষণা এখন ৰাজ্যত; কোন ৰাজ্য?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd