DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন ডি এফ বি(স)ৰ দুৰ্ধৰ্ষ নেতা বাথাৰ সন্ধানত সেনা-এছ এছ বিৰ বৃহৎ অভিযান

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 24, 2018 12:07 pm
NDFB
144
VIEWS
Share on FacebookShare on Twitter

আজি চিৰাং জিলাৰ ঘন অৰণ্য আৰু ৰিপু সংৰক্ষিত বনাঞ্চলত সেনা আৰু সশস্ত্ৰ সীমান্ত বাহিনী (এছ এছ বি)য়ে যুটীয়াভাৱে এটা বৃহৎ তথা ব্যতিক্ৰম অভিযান চলাইছে এন ডি এফ বিৰ সংবিজিত গোটৰ এজন শীৰ্ষ নেতাক ধৰিবৰ বাবে। এই অভিযানত সেনাই হেলিকপ্তাৰো ব্যৱহাৰ কৰা দেখা গৈছে। ঘন অৰণ্যৰ মাজত চলোৱা এই অভিযানৰ লক্ষ্য হৈছে সংগঠনটোৰ বাথা নামৰ এজন দুৰ্ধৰ্ষ নেতাক ধৰা।

সেনাৰ সূত্ৰৰ পৰা গম পোৱা মতে, সেনাৰ বৃহৎ সংখ্যক জোৱান আৰু এছ এছ বিৰ জোৱানে এই অভিযানটোত ভাগ লৈছে। সেনাই জনোৱামতে বাথাৰ সময় চমু চাপি আহিছে। অৱশ্যে এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে বাথাক ধৰা বা কোনো সংঘৰ্ষৰ বাতৰি অহা নাই।

আনহাতে স্থানীয় গাওঁবাসীয়ে জানিবলৈ দিয়ামতে আজি দিনটোৰ আগ ভাগতে হেলিকপ্তাৰৰ সহায়ত জোৱানসকলক দুৰ্গম অঞ্চলত নমা দেখা গৈছিল। ইমান বৃহৎ সংখ্যক সেনা জোৱান আগতে তেওঁলোকে কেতিয়াও দেখা পোৱা নাছিল বুলি জানিবলৈ দিয়ে।

সূত্ৰটোৱে জনোৱামতে, বাথা হ’ল এন ডি এফ বি সংবিজিত গোটৰ সেনাধিনায়ক জি বিদাইৰ অধস্তন পদাধিকাৰী। তেওঁৰ বিৰুদ্ধে ভালেকেইটা গোচৰ আছে। নেতাজনক বহু দিনৰ পৰা অসমৰ নিৰাপত্তা সেনাই সূত্ৰটোৱে কয় যে নেতাজনে তেওঁৰ কেইজনমান সহযোগীক লৈ চিৰাং আৰু ৰিপু বনাঞ্চলৰ কাষে-পাজৰে অৱস্থান গ্ৰহণ কৰা বুলি সেনাই পোৱা তথ্যৰ ভিত্তিত এই অভিযানটো চলোৱা হৈছে। কিছু দিনৰ পূৰ্বে বাথাই ভাৰত-ভূটান সীমান্তত অৱস্থান গ্ৰহণ কৰাৰ বিষয়েও সেনা অৱগত হৈছিল বুলি সূত্ৰটোৱে কয়।

Recent News

বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd