• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এবছুৰ আন্দোলনৰ আঁৰত বিজেপি : হাগ্ৰামা মহিলাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2018 8:07 am
04-05-18 Mushalpur- Hagrama Mohilary address media (2)

হাগ্ৰামা মহিলাৰীৰ ফাইল ফটো

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুছলপুৰত শুকুৰবাৰে  সংবাদমাধ্যমৰ আগত বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী মিত্ৰজোঁট চৰকাৰৰ প্ৰধান দল বিজেপি আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতি আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে। তেওঁ বিশেষকৈ শাসক দল বিজেপিক আক্ৰমণৰ মূল লক্ষ্য কৰি লয়।

বাক্সা জিলাৰ সদৰ মুছলপুৰৰ জিলা বিপিএফৰ কাৰ্যালয়ত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে অভিযোগ কৰে যে বিগত তিনিদিন ধৰি এবছুৱে পৃথক বড়োলেণ্ডৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি থকাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Apply Now

এবছুৰ কৰ্মীসকলে ৰাজপথতে আন্দোলনকাৰীসকলৰ বাবে চাহ-পিঠাৰ দোকান পৰ্যন্ত দিছে। দুজনমান বিজেপি নেতাৰ উচটনিতে এবছুৱে এনেদৰে পথ অৱৰোধ কৰাৰ সাহস পাইছে বুলিও হাগ্ৰামাই অভিযোগ কৰে।

হাগ্ৰামাই কয় যে এবছুৰ সলনি অবড়ো সুৰক্ষা সমিতি, মদাহী জনজাতি বা আন সংগঠনে পথ অৱৰোধ কৰিলে প্ৰশাসনে লাঠী চালনা কৰিলেহেঁতেন।

04-05-18 Barama- ABSU road blocked separate Bodoland (8)
বৰমাত এবছুৰ পথ অৱৰোধ, শুকুৰবাৰে।

মিত্ৰজোঁটৰ বিজেপিৰ প্ৰতি আক্ৰমণাত্মক দৃষ্টিভংগীৰে মহিলাৰীয়ে কয় যে বিজেপিয়ে এবছুৰ লগ লাগি বিপিএফক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে। কিন্তু বিটিচিত বিপিএফক বিজেপিয়ে একো কৰিব নোৱাৰে।

বিজেপিৰ কোন কোন নেতা এনে ষড়যন্ত্ৰত জড়িত আছে বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হাগ্ৰামাই  কাৰো নাম নোলোৱাকৈ কয় যে ‘ বিজেপিৰ একাংশ নেতা ইয়াত জড়িত। ই এশ শতাংশই সত্য।‘

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ কেইজনমান বিজেপি নেতাৰ সৈতে মনোমালিন্য ঘটা কথাটো সৰ্বজনবিদিত যদিও মিত্ৰজোঁট চৰকাৰৰ অন্যতম অংশীদাৰ বিপিএফৰ মুৰব্বীগৰাকীয়ে এনেদৰে মুকলিকৈ বিজেপিৰ বিৰুদ্ধে অভিযোগ অনাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd