DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এবছুৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি

প্ৰনব কুমাৰ দাস by প্ৰনব কুমাৰ দাস
January 21, 2018 9:31 pm
98
VIEWS
Share on FacebookShare on Twitter

সদৌ বড়ো ছাত্ৰ সন্থাৰ বৰ্ষজোৰা সোণালী জয়ন্তী উৎসৱৰ দেওবাৰে তেজপুৰৰ বাণাসুৰ পথাৰত সামৰণি পৰে।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মহাধিবক্তা অধ্যাপক শ্ৰীহৰি এনেই বড়োসকলৰ বাবে এখন সুকীয়া ৰাজ্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ বাবে কোনো বিলম্ব নকৰাকৈ বড়োলেণ্ডৰ বিষয়টো সমাধান কৰিবলৈ আগবাঢ়ি আহিব লাগে।

সামৰণি অনুষ্ঠানত ভাষণ দি পাটনাৰ ‘ছুপাৰ ৩০’ ৰ প্ৰতিষ্ঠাপক আনন্দ কুমাৰে ঘোষণা কৰে যে তেওঁ সোনকালেই গুৱাহাটীত ছুপাৰ ৩০’ ৰ এটা কেন্দ্ৰ মুকলি কৰিব আৰু প্ৰতিবছৰে বড়ো সম্প্ৰদায়ৰ পৰা দহজনকৈ ছাত্ৰক অন্তৰ্ভুক্ত কৰিব।

‘’ চহকী ঘৰৰ ল’ৰা ছোৱালীয়ে যেতিয়া সকলো ধৰণৰ সা-সুবিধা লাভ কৰে, দুখীয়া ল’ৰা ছোৱালীবোৰে তেওঁলোকৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হয়,’’-তেওঁ কয়।

এগৰাকী গণিতজ্ঞ হিচাপে সুপৰিচিত আনন্দ কুমাৰে তেওঁ ভাষণত উল্লেখ কৰে যে শিক্ষা হৈছে জ্ঞান আহৰণৰ তথা ৰাষ্ট্ৰক সেৱা কৰাৰ শক্তিশালী আহিলা। তেওঁ লগতে কয় যে ‘ছুপাৰ ৩০’ শীৰ্ষক তেওঁৰ এখন জীৱনীমূলক গ্ৰন্থ শীঘ্ৰেই প্ৰকাশ পাব।

উদ্বোধনী ভাষণত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে ব্যক্ত কৰে যে বিটিএডিয়ে বড়োসকলৰ আশা-আকাঙ্খা পূৰণ কৰিবলৈ সফল হোৱা নাই।‘’সেয়েহে বড়োলেণ্ডৰ বিকল্প নাই,’’-তেওঁ কয়।

সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্যসূচীৰ প্ৰদৰ্শন কৰা হয়।

Recent News

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd