• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত কৰ্মচাৰীৰ সংকট!৩০০ কেবিন ক্ৰুৰ ছুটী,৮০ খন বিমান বাতিল,বিপদত যাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2024 4:13 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্মচাৰীৰ অভাৱত বিপদত পৰিছে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ। চৰকাৰী সূত্ৰ অনুসৰি বিমান সংস্থাটোৱে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ৭০ খনতকৈও অধিক বিমান বাতিল কৰিবলৈ বাধ্য হৈছে। যাৰ বাবে যাত্ৰীসকল বিপদত পৰিছে। প্ৰায় ৩০০ কৰ্মচাৰীয়ে একেলগে হঠাৎ ছুটী লৈছে, যাৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি এয়াৰ ইণ্ডিয়াৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

সূত্ৰ অনুসৰি এয়াৰ ইণ্ডিয়াৰ এশৰো অধিক কেবিন ক্ৰু অসুস্থ হৈ পৰিছে। সকলো ছুটীত আছে। সকলোৰে মোবাইল ফোনটো চুইচ অফ হৈ আছে। খবৰ অনুসৰি এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা চলাইছে। একেলগে যথেষ্টসংখ্যক কেবিন ক্ৰুৱে হঠাৎ ছুটী লোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমান সেৱাত প্ৰভাৱ পৰিছে।যাৰ ফলত ইতিমধ্যে ৭৯খন বিমান বাতিল কৰিবলগীয়া হৈছে।

শাৰীৰিক অসুস্থতাৰ বাবে এই ছুটী লোৱা বুলি বিমান সংস্থাটোৱে জানিবলৈ দিয়ে। কিন্তু সূত্ৰৰ পৰা জানিব পৰা মতে, নতুন নিযুক্তি ব্যৱস্থাক লৈ কিছুদিন ধৰি শ্ৰমিকসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে। বহুতৰে মতে এনেদৰে কৰ্মচাৰীৰ গণ ছুটী লোৱাটোও নিযুক্তি নীতিৰ প্ৰতিবাদ হ’ব পাৰে। অৱশ্যে এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই দাবী কৰে যে, ‘আমাৰ কেবিন ক্ৰুৰ বৃহৎ সংখ্যকে অসুস্থতাৰ কাৰণে শেষ মুহূৰ্তত ছুটী লৈছিল। যাৰ ফলত বিমান সেৱাত পলম হৈছে। বহু বিমান বাতিল কৰিবলগীয়া হৈছিল। আমি কেবিন ক্ৰুৰ লগত কথা পাতি কথাটো বুজিবলৈ চেষ্টা কৰিছো। সমস্যাটো ক্ষিপ্ৰতাৰে সমাধান আৰু বিমান সেৱা স্বাভাৱিক কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে।”

Apply Now

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বাতিলৰ বিষয়ে অৱগত কৰি যাত্ৰীসকলে ছ’চিয়েল মিডিয়াত একাধিক পোষ্ট দিছে। বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বিমান বাতিলৰ খবৰ পোৱা বুলি বহু লোকে অভিযোগ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd