DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ পি এচ চি কেলেংকাৰি : ‘ৰাকেশ পাল’ৰ সন্মুখতে জেৰা ৯জন কাৰাবন্দী বিষয়াক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2018 7:56 am
APSC

এ পি এছ চিৰ কেলেংকাৰি প্ৰধান অভিযুক্ত ৰাকেশ পাল

120
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে এ পি এচ চি কেলেংকাৰিত অভিযুক্ত ৯জন ৰাজপত্ৰিত বিষয়াক পুনৰ কাৰাগাৰতে কেলেংকাৰিৰ নায়ক ৰাকেশ পালক সন্মুখত লৈ জেৰা কৰে তদন্তকাৰী আৰক্ষীয়ে। এতিয়া লৈ আৰক্ষীয়ে সৰ্বমুঠ ২২জন বিষয়াক এইদৰে জেৰা কৰা পৰিলক্ষিত হয়।

লোকসেৱা আয়োগৰ জৰিয়তে বক্ৰ পথেৰে ৰাজপত্ৰিত বিষয়াৰ চাকৰি লোৱা ৯জন বিষয়াক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত তদন্তকাৰী বিষয়া শুভাশীষ বৰুৱাই জেৰা কৰে।

জেৰাৰ সন্মুখীন হোৱা ৰাজপত্ৰিত বিষয়াসকল হ’ল নিশামণি ডেকা, কৌশিক কলিতা, বৰ্ণালী দেৱী, ৰাজু সাহা, দেৱজিৎ বৰা, চাবিৰা ইমৰান, সুদীপ্তা গোস্বামী ভট্টাচাৰ্য, ৰুমী শইকীয়া আৰু পল্লৱী শৰ্মা চৌধুৰী।

সোমবাৰে ৰাতিপুৱা প্ৰায় ৭-৩০ বজাৰ পৰাই আৰম্ভ কৰা জেৰাত ধৃত বিষয়াসকলে এই নামী-দামী তথা সন্মীনীয় চাকৰিসমূহ ক’ত, কাৰ পৰা কিদৰে কিমান টকাৰ বিনিময়ত ক্ৰয় কৰিছিল আদি বিষয়ে সবিশেষ তথ্য বিচৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আদালতৰ অনুমতি লাভ কৰাৰ পাছৰ পৰা তদন্তকাৰী বিষয়াৰ তৎপৰতাতে প্ৰথম দুদিনত মুঠ ১৩ জন বিষয়াক জেৰা কৰিছিল। আৰু সোমবাৰে এই ৯ জন বিষয়াক কৰা জেৰা সহিতে এতিয়ালৈ ২২ জন বিষয়াক জেৰা কৰা হয়।

Recent News

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd