• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঐতিহ্য ক্ষেত্ৰ ব্যক্তিগত কোম্পানিক গতাব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰত কৃষক মুক্তি আৰু চাহ শ্ৰমিক সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 5, 2018 7:09 pm

1 min read

kmss assam logo
155
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা, ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল, তলাতল ঘৰ আদি অসমৰ ঐতিহ্যক্ষেত্ৰসমূহ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত কোম্পানিক গতাব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক সংগ্ৰাম সমিতিয়ে আজি শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে।

ৰংঘৰৰ সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠন দুটাই চকাৰক এই হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

সংগঠন দুটাৰ বহু নেতা-কৰ্মীয়ে অংশ লোৱা উক্ত প্ৰদিবাদত ভাষণ প্ৰদান কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি কয় যে সৰ্বানন্দ সোণোৱালে যদি শিৱসাগৰৰ ঐতিহ্যক বহিৰাগতৰ হাতত গতাই দিয়ে তেন্তে তেওঁক শিৱসাগৰত সোমাব দিব নালাগে।

শিৱসাগৰৰ দৰে ঠাইক যদি আদৰ্শ ঠাই হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে ৫-৬ কোটি টকা খৰছ কৰিব নোৱাৰে তেন্তে এই চৰকাৰৰ শাসনত থকাৰ অধিকাৰ নাই বুলি কৈ তেওঁ কয়, ‘চৰকাৰে যদি ৰাজ্যৰ সম্পদ নিৰীক্ষণ নকৰে তেন্তে আগন্তুক নিৰ্বাচনত বিজেপিক জিকিবলৈ দিয়া নহ’ব।’

উল্লেখযোগ্য যে ‘Adopt a Heritage’ আঁচনিৰ জৰিয়তে অসমীয়া জাতীয় জীৱনৰ পৰিচয়স্বৰূপ অসমৰ ঐতিহ্য ক্ষেত্ৰ সমূহক ব্যক্তিগতখণ্ডৰ হাতত গতাই দিব খোজা বিজেপি চৰকাৰৰ সিদ্ধান্তই ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd