• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰি জিলাৰ খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত বনৰীয়া গাহৰিৰ সন্ত্ৰাস

NE NOW NEWS চাজিদ খান
টংলা , December 17, 2017 11:21 am

2 min read

ওদালগুৰি জিলাৰ খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত বনৰীয়া গাহৰিৰ সন্ত্ৰাস
160
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমূহত যোৱা দুদিনত বনৰীয়া গাহৰিৰ আক্ৰমণত এটা ছমহীয়া কেচুঁৱাৰ মৃত্যুৰ উপৰি ১২ বছৰীয়া শিশু গুৰুতৰ ভাবে আহত হৈছিল। যাৰ ফলত এতিয়া এই অঞ্চল সমূহৰ লোকে বনৰীয়া গাহৰিৰ সন্ত্ৰাসত উজাগৰে নিশা কটাবলগীয়া হৈছে।

লক্ষ্যণীয় যে যোৱা ১৪ ডিচেম্বৰত ছমহীয়া পুনা কুমাৰ নামৰ কেচুঁৱাটিয়ে বনৰীয়া গাহৰিৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল। কেচুঁৱাটো মাকৰ কোলাত থকা অৱস্থাত  পিছফালৰ পৰা অচম্বিতে গাহৰিয়ে আক্ৰমণ চলোৱাত লগে লগে কেচুঁৱাটোৰ মৃত্যু ঘটে। সমান্তৰালকৈ এই বনাঞ্চলৰ সমীপতে থকা ননাইখুটী গাওঁৰ সুৰজ চেত্ৰী(12) নামৰ শিশুটিয়ে ১৫ ডিচেম্বৰৰ ৰাতিপুৱা সময়ত শস্য পথাৰত কাম কৰি থাকোতে বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয়। শিশুজনক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতেললৈ উন্নত চিকিৎসাৰ বাবে লৈ অনা হয়।

খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত অবাধে চলোৱা ধ্বংশ যজ্ঞৰ বাবেই সঘনে বনৰীয়া জীৱ-জন্তুয়ে আক্ৰমণ চলোৱা বুলি বন বিশেষজ্ঞই মত পোষণ কৰে। বনাঞ্চল ধ্বংস কৰাৰ ফলত বিভিন্ন সময়ত বনৰীয়া জীৱ-জন্তুৱে খাদ্যৰ সন্ধানত লোকালয়ত প্ৰৱেশ কৰে আৰু আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰে। ইয়াৰ উপৰি উক্ত বনাঞ্চল খনত বনৰীয়া গাহৰিৰ প্ৰজনন বৃদ্ধিৰ বাবেও আক্ৰমণৰ ঘটনা দিনে দিনে বঢ়াৰ আশংকা ব্যক্ত কৰিছে।

অঞ্চলবাসীয়ে এই সমস্যাৰ পৰা পৰিত্ৰান পাবলৈ বন বিভাগক বিহিত ব্যৱস্থা লবলৈ অনুৰোধ জনায়। ইয়াৰ উপৰি উক্ত অঞ্চল সমূহৰ ৰাইজে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকে এক সজাগতা মূলক অভিযানৰ ব্যৱস্থা কৰি দিয়াৰ বাবেও আহ্বান জনায়।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd