• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওদালগুৰিত জিলাভিত্তিক স্থানীয় ক্ৰীড়া শিবিৰৰ আয়োজন

চাজিদ খান by চাজিদ খান
April 8, 2018 8:28 pm
indigenous-games-2-768x576

ওদালগুৰি উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত 'দংফৗং মৗফাইনাই' খেলৰ এটা মুহূৰ্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰম্পৰাগত খেল-ধেমালিসমূহক সংৰক্ষণ কৰাৰ লগতে উঠি অহা প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াসেৰে ওদালগুৰিত আয়োজন কৰা হৈছে জিলাভিত্তিক স্থানীয় ক্ৰীড়া শিবিৰ। অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণৰ সঞ্চালকৰ নিৰ্দেশমৰ্মে অসমৰ সৰ্বত্ৰে পালিত হোৱাৰ সমান্তৰালভাৱে ওদালগুৰিতো আয়োজন কৰা হৈছে এই পৰম্পৰাগত খেল-ধেমালি শিবিৰৰ আয়োজন কৰা হৈছে।

ওদালগুৰি জিলাৰ ক্ৰীড়া কাৰ্যালয়ে এই শিবিৰৰ আয়োজন কৰিছে। এই শিবিৰত বড়ো সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত বিভিন্ন স্থানীয় খেল দেখিবলৈ পোৱা গৈছিল। ওদালগুৰিৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত এই শিবিৰৰ আয়োজন কৰা হৈছিল।

Apply Now

ওদালগুৰিৰ সহকাৰী আয়ুক্ত লক্ষ্যজ্যোতি দুৱাৰীয়াই এই শিবিৰ উদ্বোধন কৰিছিল। পাঁচবিধ খেলৰ পৰা ল’ৰাৰ শাখাত ৯ জন আৰু ছোৱালীৰ শাখাত ৯জনী, মুঠ ১৮ গৰাকী খেলুৱৈক বাচনি কৰা হৈছে।

খিলঞ্জীয়া জনজাতিৰ পৰম্পৰাগত খেলঃধেমালিসমূহৰ মাজত আছে খৗমলাইনাই (বড়োসকলৰ এবিধ মল্লযুদ্ধ), বাগালৰিন বৗদি নাগিনাই (পৰম্পৰাগত কণী বিচৰা খেলবিশেষ), দংফৗং মৗফাইনাই (পৰম্পৰাগত গছ বগৰোৱা), বাথা (পৰম্পম্পৰাগত টাংগুটি) আৰু খুনথা (তেলগছত উঠা)।

নিৰ্বাচিত ১৮গৰাকী খেলুৱৈক ৰাজ্যিক পৰ্যায়ৰ পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা হ’ব।

এগৰাকী ক্ৰীড়া কৰ্মী এন দৈমাৰীয়ে কৈছে যে নতুন প্ৰজন্মই পাহৰি যোৱা পৰম্পৰাগত খেল-ধেমালিসমূহক সংৰক্ষণ কৰা আৰু সেই সমূহক নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ বাবে চৰকাৰৰ পৰ্য়াস প্ৰশংসাৰ যোগ্য। তেওঁ আৰু কৈছে যে বড়ো স্বায়ত্ব শাশিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে সকলো স্থানীয় খেল-ধেমালিক সংৰক্ষণ কৰা আৰু ইয়াক উত্তৰ পুৰুষৰ মাজত জনপ্ৰিয় কৰাত গুৰুত্ব আৰোপ কৰিছে।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

June 27, 2026 12:35 pm
তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

June 27, 2026 12:35 pm
তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd