DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰি জিলাতো পালন কৰা হ’ল আন্তৰ্জাতিক শ্ৰমিক দিৱস

চাজিদ খান by চাজিদ খান
May 2, 2018 10:58 am
paneri-labour-570x320
94
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে সমগ্ৰ বিশ্বৰ লগতে ওদালগুৰি জিলাতো উদযাপন কৰা হয় মে’ দিৱস।  জিলাখনৰ পানেৰী চাহ বাগিচাত বিভিন্ন শ্ৰমিকৰ উপস্থিতিত দিনজোৰা কাৰ্যসূচীৰ মাজৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়।

অসম চাহ মজদুৰ সংঘৰ মঙলদৈ শাখাই আয়োজন কৰা শ্ৰমিক দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে মঙলদৈ শাখা চাহ মজদুৰ সংঘৰ সভাপতি ইছমাইল হিয়ালে। এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আয়োজক সমিতিৰ সম্পাদক তথা ৰাজ্য সভাৰ সাংসদ শান্তিয়াজ কুজুৰ।

এসময়ৰ ছাত্ৰ নেতা তথা বৰ্তমানৰ দক্ষ ৰাজনীতিবিদৰূপে পৰিচিত সাংসদ কুজুৰে নিজৰ ভাষণত কয়- ‘১৯৫৮ চনতে জন্মগ্ৰহণ কৰা অসম চাহ মজদুৰ সংঘই জন্মলগ্নৰে পৰা বিভিন্ন ক্ৰান্তিকাৰী পদক্ষেপ লোৱাৰ লগতে চাহ শ্ৰমিকসকলৰ উন্নয়নৰ হকে কাম কৰি আছে’।

paneri-labour-1-300x169

ওদালগুৰি জিলাৰ ১৮ খন চাহ বাগিচাৰ পৰা অহা শ্ৰমিকসকলক তথা অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকলক শ্ৰমিক দিৱসত উপস্থিত থকা বাবে সাংসদ কুজুৰে ধন্যবাদ জনায়। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলৰ উন্নয়নৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বুলিও অভিযোগ উত্থাপন কৰে শান্তিয়াজ কুজুৰে।

তেওঁ লগতে উল্লেখ কৰে যে ১৯৫১ চনৰ প্লেণ্টেশ্যন লেবাৰ এক্টৰ অধীনত সকলো শ্ৰমিকে স্বাস্থ্য সেৱা, শিক্ষা, ৰেছনৰ উপৰি মজুৰী পোৱাটো বাঞ্চনীয়।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd