• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ দলীয় স্থিতিৰ বিপৰীত স্থিতিত কেইবাজনো বাঙালী নেতা-নেত্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 9, 2018 8:40 am

2 min read

SusmitaDev
90
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছে ৰাজনৈতিক মুনাফা লাভৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কখনক কেন্দ্ৰ কৰি ৰাজ্যত বিজেপিৰ বিৰুদ্ধে উঠা জনজাগৰণৰ ঢৌক সময়োপযোগী ব্যৱহাৰৰ কৰিলেও দলটোক অস্বস্তিত পেলাইছে কেইবাজনো বাঙালী  নেতা-বিধায়ক-সাংসদে।

জানিব পৰামতে, বিধেয়কখন সন্দৰ্ভত জনমত সংগ্ৰহৰ বাবে গঠন কৰি দিয়া যুটীয়া সংসদীয় কিমিটীৰ সদস্য তথা নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সাংসদ সুস্মিতা দেৱ, উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দেব, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয়ে বিধেয়কখনৰ সমৰ্থন কৰিছে। কমলাক্ষ দেবে সংবাদ মাধ্যমৰ আগত ‘ধৰ্মৰ ভিত্তিত নহয়, অন্য দেশৰ পৰা নিৰ্যাতিত হৈ ভাৰতলৈ অহা সকলোকে নাগৰিকত্ব দিয়াৰ পক্ষত আছো’ বুলি কৌশলী মন্তব্য কৰে।

আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাতো হোজাইৰ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ডাঃ অৰ্ধেন্দু কুমাৰ দে’ই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সমৰ্থন কৰাই নহয়, বিভিন্ন উচটনিমূলক বক্তব্য অব্যাহত ৰাখিছে, যিবোৰ মন্তব্যই অসমত ভাষিক বিভাজন তথা অসমীয়া-বাঙালীৰ সংঘাত তীব্ৰতৰ কৰি তুলিব পাৰে।

আনহাতে, কংগ্ৰেছ দলটোৱে এই বিষয়টোত এতিয়ালৈকে বিধেয়কখন সমৰ্থন কৰা আটাইকেইজন নেতাৰ পৰা দূৰত্ব বজাই ৰাখিছে। দলৰ পৰা এই নেতাসকলৰ মতক ‘ব্যক্তিগত’ আখ্যা দিয়াৰ লগতে বিধেয়কখনৰ স্পষ্ট বিৰোধিতাৰ যি দলীয় স্থিতি সি অটুট আছে বুলি কোৱা হৈছে।

অৱশ্যে বিধেয়কখন সন্দৰ্ভত কেৱল কংগ্ৰেছেই যে দলৰ মজিয়াৰ পৰা মতবিৰোধৰ সন্মুখীন হৈছে, সেয়া নহয়। বিজেপিতো আগশাৰীৰ নেত্ৰী মীৰা বৰঠাকুৰে দলীয় স্থিতিৰ বিপৰীতে গৈ অসমীয়া ভাষা-সংস্কৃতি-জাতিৰ স্বাৰ্থত থিয় হৈ বিধেয়কখনৰ বিৰোধিতা কৰিছে। একেদৰে চৰকাৰৰ অংশীদাৰ দল হৈয়ো অগপই বিধেয়কখনৰ বিৰোধিতা কৰিছে।

Recent News

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

india-covid-1

গোলাঘাটত ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু

VideoCapture_20210419-191438

পুৰণিগুদামত অংগাভিনয় অসমৰ দ্বাৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd