• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘটনাৰ পিছতে লণ্ডনলৈ উৰা মৰা তুলিৰাম ৰংহাঙৰ সংবাদমেল! নিহতৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ অৰ্থসাহায্য

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2018 9:08 pm
TuliramRonghang

ডকমকা কাণ্ডক লৈ তুলিৰাম ৰংহাঙৰ সংবাদমেল। আজি ডিফুত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ ঠাইত গোটেই ৰাজ্যৰ অন্তৰাত্মা কঁপাব পৰা এটা অমানৱীয় ঘটনা সংঘটিত হোৱাৰ সময়ত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী তুলিৰাম ৰংহাং ক’ত আছে? কংগ্ৰেছে কালি অভিযোগ কৰিছিল যে ঘটনাৰ পিছদিনাই কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বীজন লণ্ডনলৈ ব্যক্তিগত স্বাৰ্থত উৰা মাৰিছিল। পৰিষদৰ মুখ্য কাৰ্য্যবাহীজনৰ এনে অনুভূতিহীনতাৰ ছ’চিয়েল মিডিয়াটো বিৰূপ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়।

অভিযোগ মতে, মুখ্য কাৰ্য্যবাহীজন তেওঁৰ পুত্ৰৰ এডমিশ্যনৰ বাবে লণ্ডনলৈ গৈছিল। এনে পৰিপ্ৰেক্ষিতত ১১ জুনত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ হৈ আন আন সদস্যই এখন সংবাদমেল অনুষ্ঠিত কৰি ডকমকা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নিহত দুয়োজনৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ অৰ্থ সাহায্য আগ বঢ়োৱাৰ কথা ঘোষণা কৰে।

Apply Now

লগতে দুয়োজন দুৰ্ভগীয়া নিহত যুৱকৰ আৱক্ষ মূৰ্তি ঘটনাস্থলীত নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে। সংবাদমেল সম্বোধন কৰা কাৰ্বি পৰিষদৰ সদস্যসকলে তুলিৰাম ৰংহাঙৰ নিৰ্দেশমতে এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছিল।

আনহাতে আজি অলপ সময়ৰ পূৰ্বে তুলিৰাম ৰংহাঙে আকৌ সংবাদমেল দি একেখিনি কথাকে দোহাৰে।

উল্লেখযোগ্য যে উন্মত্ত লোকৰ দ্বাৰা নীলোৎপল দাস আৰু অভিজিত নাথৰ হত্যাৰ নিদাৰুণ ঘটনাটোৰ পিছতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী তুলিৰাম ৰংহাঙে নিজৰ সন্তানৰ এডমিশ্যনৰ বাবে লণ্ডনলৈ উৰা মৰাক গৰিহণা দিয়া দেখা গৈছে ছ’চিয়েল মিডিয়াত।

ৰংহাঙে টুইটাৰত ঘটনাটোৰ বাবে দুখ প্ৰকাশ আৰু সমবেদনা জ্ঞাপন কৰি আছে যদিও ব্যক্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ দি প্ৰশাসনিক মুৰব্বী হিচাপে থকা গুৰুদায়িত্বক অৱহেলা কৰা বুলি অভিযোগ উঠিছে।

কাৰ্বি সাহিত্য সভাৰ শোক প্ৰকাশ :

আনহাতে কাৰ্বি সাহিত্য সভায়ো বিষয়টোত নিজৰ তৰফৰ পৰা শোক প্ৰকাশ কৰাৰ লগতে ডকমকা কাণ্ডই সমগ্ৰ কাৰ্বি আংলংবাসীক মৰ্মাহত কৰিছে তথা বিশ্ববাসীৰ ওচৰত লজ্জিত কৰিছে কয়। সভাৰ সাধাৰণ সম্পাদক কামচিং হাঞ্চেই এই মন্তব্য কৰে। সভাই ডকমকাৰ ঘটনাৰ দোষীক কঠোৰ শাস্তিৰ দাবীও তোলে।

হাঞ্চেই কেইজনমান অন্ধবিশ্বাসী, নিষ্ঠুৰ লোকৰ বাবে সকলো কাৰ্বিক জগৰীয়া নকৰিবলৈও আহ্বান জনায়। তেওঁ লগতে কয় যে কাৰ্বি আংলঙলৈ আহিবলৈ কাৰো অনুমতি ল’ব নালাগে। ছচিয়েল মিডিয়াৰ মজিয়াত চলি থকা অপপ্ৰচাৰ আৰু আতংকৰ বাবেই এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ’ল বুলি কয়। ৰাজ্যৰ বিভিন্ন ঠাইত থকা কাৰ্বি আংলঙৰ ছাত্ৰ-ছাত্ৰী বা যিকোনো কাৰ্বি লোকক এই ঘটনাৰে জড়িত নকৰিবলৈ আহ্বান জনায় হাঞ্চেই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd