DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কদৰ্যময় পথ : ৰঙাপৰাত ৰাস্তাত ভুই ৰুই ৰাইজৰ প্ৰতিবাদ

ৰিতুপৰ্ণ চক্ৰৱৰ্তী by ৰিতুপৰ্ণ চক্ৰৱৰ্তী
June 24, 2018 11:28 am
ৰঙাপৰাত প্ৰতিবাদ

ৰঙাপৰাত পকীকৰণৰ দাবীত পথৰ ওপৰতে ভুই ৰুই ৰাইজৰ প্ৰতিবাদ। ফটো : ৰিতুপৰ্ণ চক্ৰৱৰ্তী

160
VIEWS
Share on FacebookShare on Twitter

এটা পথৰ দুৰৱস্থাই ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰালে। ৰঙাপৰাৰ অতি ভিতৰুৱা অঞ্চল জামুনবিল কলনী হৈ ৰঙাপৰা সংযোগী পথৰ দুৰৱস্থাই ৰাইজক জলা কলা খুৱাই আহিছে ৷

স্বাধীনতাৰ পাছৰে পৰা এটি পকী পথৰ দাবী কৰি অহিছে উক্ত অঞ্চলৰ ৰাইজে।  কিন্তু স্থানীয় বিধায়ক তথা সাংসদ গৰাকীয়ে ৰাইজৰ সুবিধাৰ্থে পথছোৱা পকীকৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ আজি পথছোৱাত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে।

ৰঙাপৰাত প্ৰতিবাদ
পথ পকীকৰণৰ দাবীত জৰাজীৰ্ণ পথৰ ওপৰত ৰাইজৰ প্ৰতিবাদ। ফটো : ৰিতুপৰ্ণ চক্ৰৱৰ্তী

জামুনবিল,কলনি,ফৰেস্ট গেট, উৰহিলগা আদিকে ধৰি কেইবাখনে গাঁৱৰ একমাত্ৰ সংযোগী উক্ত পথছোৱা বাৰিষা কালত বোকাময় হৈ পৰাত পথছোৱাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰী,ৰোগী তথা ৰাইজে মৰণক শৰণ দি বোকা মাটি গছকি পাৰ হ’বলগীয়া হয়।

পথছোৱাৰ অৱস্থা ইমানেই বেয়া যে বাৰিষা কালত এম্বুলেন্স সেৱাটো বাদেই কোনো যান-বাহন যাতায়ত কৰিব নোৱাৰে। নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিসকলে একমাত্ৰ ভোট লাভৰ আশাৰে গাঁও কেইখনত পথছোৱা পকীকৰণৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনত জয়ী হোৱাৰ পাছত ৰাইজে জনপ্ৰতিনিধিজনৰ মুখ দেখা নাপায়৷

যমৰ যাতনাত ভুগি অহা ৰাইজে ৰাজ্যৰ গঢ়কাপ্তানি বিভাগৰ মন্ত্ৰী  তথা স্থানীয় বিধায়ক আৰু সাংসদ গৰাকীয়ে অতিশীঘ্ৰে পথছোৱা পকীকৰণৰ ব্যৱস্থা নকৰিলে আগন্তক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত ল’ব বুলি সকীয়াই দিয়ে।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd