DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কনকসেন ডেকালৈ ৰাজ্য চৰকাৰৰ ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2018 6:47 am
কনকসেন ডেকা

কনকসেন ডেকা

270
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা দৈনিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনকসেন ডেকালৈ ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ আগবঢ়োৱা হৈছে।

২৬ জানুৱাৰীত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিশিষ্ট সাংবাদিক গৰাকীক ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত বঁটা প্ৰদান কৰিব।

বঁটাত ১ লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু এটি স্মাৰক আছে।

উল্লেখযোগ্য যে শ্ৰী ডেকা উক্ত বঁটা লাভ কৰা দ্বিতীয়জন ব্যক্তি। ইয়াৰ পূৰ্বে দৈনিক অসম কাকতৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাংবাদিক প্ৰয়াত ৰাধিকা মোহন ভাগৱতীক উক্ত সন্মানীয় বঁটাৰে সন্মানীত কৰা হৈছিল।

মন কৰিব লগীয়া যে তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰদান কৰি অহা ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ সাংবাদিকতাৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়াই অহা লোক সকলক সন্মানিত কৰাৰ উদ্দেশ্যে প্ৰদান কৰি অহা হৈছে।

১৯৩৩ চনৰ ১৬ জুলাইত নলবাৰিৰ বেলচৰত জন্ম গ্ৰহণ কৰা কনকসেন ডেকাই ১৯৭১ চনৰ পৰা অগ্ৰদুত কাকতৰ সম্পাদক হিচাপে দায়িত্ব লৈ আহিছে।

২০০৫ চনত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা ডেকা ২০০৭ চনত পুনৰ দ্বিতীয়বাৰৰ বাবে সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়।

তেওঁ নতুন পুৰুষে যুক্তিৰ আন্ধাৰত নতুন সমাজ গঢ়ক, আমাৰ যুৱ সমাজ বিশ্ব বিজয় কৰিবলৈ ওলাই আহক, সূৰ্য পূবত নুঠে আদি কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছে।

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

Chessসদৌ অসম অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১৯বছৰ অনলাইন দবা প্ৰতিযোগিতা

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd