• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

কমনৱেল্থ গেইমছত সোণৰ পদক আজুৰি অনা মণিপুৰৰ তিনিগৰাকী খেলুৱৈক সম্বৰ্ধনা ৰাজ্যপাল নাজমা হেপতুল্লাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2018 8:24 pm
h-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ লগতে দেশৰ ক্ৰীড়া ক্ষেত্ৰলৈ সুনাম তথা গৌৰৱ কঢ়িয়াই অনাৰ ক্ষেত্ৰত সহায়ক হোৱাৰ বাবে ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ বক্সাৰ মেৰীকম, ভাৰোত্তোলক মীৰাবাঈ চানু আৰু সঞ্জীতা চানুক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে ৰাজ্যখনৰ ৰাজ্যপাল নাজমা হেপতুল্লাই ।

ৰাজ ভৱনত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যপাল নাজমা হেপতুল্লাই সদ্য সমাপ্ত কমনৱেল্থ গেইমছত সোণৰ পদক বিজয়ী মণিপুৰৰ তিনিগৰাকী খেলুৱৈ ক্ৰমে মেৰীকম, মীৰাবাঈ চানু আৰু সঞ্জীতা চানুক শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰে।

Apply Now

‘দেশৰ হৈ সোণ বা ৰূপৰ পদক আহৰণ নকৰালৈকে আমাৰ ইয়াৰ মানুহে খেলুৱৈসকলৰ শক্তি বা প্ৰতিভা অনুধাৱন নকৰাতো অতি দুৰ্ভাগ্যজনক’, বুলি ৰাজ্যপালগৰাকীয়ে কয়।

সদ্য সমাপ্ত কমনৱেল্থ গেইমছত ভাৰতৰ হৈ উজ্জ্বীৱিত প্ৰদৰ্শন দাঙি ধৰি বক্সাৰ মেৰীকম, ভাৰোত্তোলক মীৰাবাঈ চানু আৰু সঞ্জীতা চানুৱে সোণৰ পদক অৰ্জন কৰিছিল।

সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে এজন খেলুৱৈ বিশ্ব পৰ্যায়ত প্ৰতিষ্ঠা হ’বলৈ হ’লে শৰীৰ চৰ্চাৰ লগতে স্বাস্থ্যজনিত খাদ্য খোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি মন্তব্য কৰে।

উল্লেখ্য যে অষ্ট্ৰলিয়াত অনুষ্ঠিত হোৱা কমনৱেল্থ গেইমছত মণিপুৰৰ সোণৰ পদক বিজয়ী খেলুৱৈক ৰাজ্য চৰকাৰে ১৫ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যপালগৰাকীৰ উপৰি উপস্থিত থকা ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী লেটপাও হাওকিপে সোণৰ পদক বিজয়ী খেলুৱৈ তিনিগৰাকীক অতি শীঘ্ৰে উক্ত আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব বুলি জনায়।

আনহাতে সম্বৰ্ধিত বস্কাৰ মেৰীকমে কয় যে ৰাজ্যখনৰ পৰা বিশ্ব পৰ্যায়ৰ খেলুৱৈ গঢ়ি তুলিবলৈ হ’লে চৰকাৰখনে উপযুক্ত আন্তঃগাথনি নিৰ্মাণ কৰাৰ লগতে খেলুৱৈসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰিব লাগিব।

২১ সংখ্যক কমনৱেল্থ গেইমছত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰা ভাৰোত্তোলক মীৰাবাঈ চানুৱে নিজৰ মত প্ৰকাশ কৰি কয়, ‘ভৱিষ্যতেও যেণ এনেধৰণৰ সফলতা অৰ্জন কৰিব পাৰো তাৰ বাবে মই চেষ্টা কৰিম। আগন্তুক এছিয়ান গেইমছ আৰু ২০২০ত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকতো যাতে দেশৰ হৈ পদক আজুৰি আনিব পাৰো তাৰ বাবে আৰু অধিক কষ্ট কৰিম’।

ইয়াৰ উপৰি আন এগৰাকী সোণৰ পদক বিজয়ী ভাৰোত্তোলক সঞ্জিতা চানুৱেও আগন্তুক এছিয়ান গেইমছত সোণৰ পদক অৰ্জন কৰাই মূল লক্ষ্য বুলি মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd